• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘৰতে সহজে হেণ্ড ছেনিটাইজাৰ কিদৰে বনাব?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2020 4:27 pm
How to make your own hand sanitizer?

ছবি সৌজন্য-- Needpix.com

20.5k
VIEWS
Share on FacebookShare on Twitter

কৰ’নাভাইৰাছৰ আতংকৰ মাজত হেণ্ড ছেনিটাইজাৰৰ চাহিদা বজাৰত প্ৰচুৰ বৃদ্ধি পাইছে।

চাবোন আৰু পানীৰে ভালকৈ ঘঁহি হাত ধোৱাটোৱেই চাফা কৰাৰ উত্তম উপায় যদিও সকলো ঠাইতে সেয়া উপলব্ধ নাথাকে।

তেনে পৰিস্থিতিত হেণ্ড ছেনিটাইজাৰেই আটাইতকৈ সুবিধাজনক উপায়।

আমি ইয়াত আপোনালোকলৈ আগবঢ়াইছো ঘৰতে হেণ্ড ছেনিটাইজাৰ বনোৱাৰ কিছু সহজ উপায়।

ঘৰতে ছেনিটাইজাৰ বনোৱাৰ বাবে আপোনাক মদ লাগিব। ছেনিটাইজাৰ এটা কামত অহা হ’ব লাগিলে তাত কমেও ৬০শতাংশ এলক’হল থকা প্ৰয়োজন।

৯৯ শতাংশ আইছ’প্ৰপাইল এলক’হল এই কামৰ বাবে আটাইতকৈ উপযুক্ত।

  • সহজ, খৰতকীয়া উপায়–

৩ ভাগ আইছ’প্ৰপাইল এলক’হল ১ ভাগ এল’ভেৰাৰ সৈতে মিক্স কৰক। তাৰ লগত সুগন্ধিৰ বাবে কেইটোপালমান টী ট্ৰী অইল যোগ দিব পাৰে।

  • অধিক উন্নত ছেনিটাইজাৰ—

প্ৰায় ৩০০ এম.এল. এলক’হলৰ সৈতে ২ চামুচ গ্লিচাৰিন যোগ দিয়ক। গ্লিচাৰিন যোগ দিয়াতো ভাল কিয়নো ই এলক’হলক আপোনাৰ হাতখন শুকান কৰি পেলাবলৈ নিদিয়ে।

তাৰ লগত ১ চামুচ হাইড্ৰ’জেন পেৰক্সাইড আৰু প্ৰায় ৯০ মি.লি. ডিষ্টিলড ৱাটাৰ নহ’লে গৰমৰ পৰা ঠাণ্ডা কৰা পানী দিয়ক।

মিশ্ৰণখিনি স্প্ৰে বটল বা আন বটলত ভৰাই ৰাখক।

ছেনিটাইৰটোত সুগন্ধিৰ বাবে আপুনি এটোপাল বা দুটোপাল তেল দিব পাৰে।

Recent News

বাল্যবিবাহৰ বিৰুদ্ধে বিশেষ পদক্ষেপ: জিলা শিশু সুৰক্ষা বিষয়াৰ পদবী বাল্য বিবাহ নিষেধাজ্ঞা বিষয়া হিচাপে পৰিৱৰ্তন

বাল্যবিবাহৰ বিৰুদ্ধে বিশেষ পদক্ষেপ: জিলা শিশু সুৰক্ষা বিষয়াৰ পদবী বাল্য বিবাহ নিষেধাজ্ঞা বিষয়া হিচাপে পৰিৱৰ্তন

পকা আমৰ লাচী বনোৱাৰ সহজ ৰেচিপি, পঢ়ক সবিশেষ…

পকা আমৰ লাচী বনোৱাৰ সহজ ৰেচিপি, পঢ়ক সবিশেষ…

‘তোমাৰ অবিহনে এই সকলোবোৰৰ একো অৰ্থ নাই’-  উৰণৰ পূৰ্বে সুভাংশুৱে পত্নীক দিলে স্নেহবাৰ্তা…

‘তোমাৰ অবিহনে এই সকলোবোৰৰ একো অৰ্থ নাই’-  উৰণৰ পূৰ্বে সুভাংশুৱে পত্নীক দিলে স্নেহবাৰ্তা…

CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাক লৈ ডাঙৰ সিদ্ধান্ত, বছৰত দুবাৰকৈ হ’ব পৰীক্ষা

CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাক লৈ ডাঙৰ সিদ্ধান্ত, বছৰত দুবাৰকৈ হ’ব পৰীক্ষা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd