• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্ভয়া : শেষ প্ৰস্তুতিৰ বুজ ল’বলৈ ৰাতিপুৱা ৩.৩০ বজাতে বিচনা এৰিছিল জল্লাদ পৱনে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2020 10:00 am
xpawanjallad-1578406359-jpg-pagespeed-ic-xmo5h7zp3d-1578424633
104.1k
VIEWS
Share on FacebookShare on Twitter

জেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা নিৰ্ভয়া কাণ্ডৰ চাৰিওজন মূল দোষীকে আজি ৰাতিপুৱা ৫.৩০ বজাত একেলগে ফাঁচিকাঠত ওলমোৱা হ’ল। চাৰিওজনকে ফাঁচি দিয়াৰ কাম সম্পাদন কৰে পৱন নামৰ এজন জল্লাদে।

ফাঁচি দিয়াৰ বাবে উদগ্ৰীৱ হৈ থকা জল্লাদ পৱনে আজি ৰাতিপুৱা ৩.৩০ বজাতে বিচনাৰ পৰা শুই উঠে। শুই উঠিয়েই পৱনে স্নান কৰি একাপ চাহ খাই আৰু শেষ মূহুৰ্তৰ প্ৰস্তুতিৰ বিষয়ে বুজ লয়।

লগতে পঢ়ক : অৱশেষত ন্যায়; নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীকে একেলগে ওলমালে ফাঁচিকাঠত

উল্লেখ্য যে জল্লাদ পৱনক চলিত সপ্তাহৰ আৰম্ভণিতে তিহাৰ জেইলৰ এটা দলে মিৰাটৰ পৰা লৈ আনে।

দোষী কেইজনৰ ফাঁচিৰ বাবে জেইল কৰ্তৃপক্ষই ৮ ডাল মণিলা ৰচিৰ যোগাৰ কৰিছিল। ইয়াৰে চাৰিডাল ৰচি আজি ব্যৱহাৰ কৰা হয় আৰু বাকী কেইডাল ষ্টেণ্ডবাইত ৰখা হয়।

উল্লেখ্য যে, তিহাৰ জেইল কৰ্তৃপক্ষই প্ৰতিটো ফাঁচিৰ বাবদ জল্লাদ পৱনক ২০ হাজাৰ টকাকৈ প্ৰদান কৰিব। ইয়াৰ অৰ্থ হ’ল, চাৰিওজন দোষীকে ফাঁচি দিয়াৰ বাবদ পৱনে লাভ কৰিব ৮০ হাজাৰ টকা।

নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীৰে ফাঁচি পিচুওৱাৰ বাবে তেওঁলোকৰ অধিবক্তাই বিভিন্ন কৌশল গ্ৰহণ কৰিছিল। ইতিমধ্যে দুবাৰ তেওঁলোকৰ ফাঁচি পিচুওৱাও হৈছিল।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd