• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভূত আছে বুলি বিশ্বাস কৰা ভাৰতৰ ছটা ৰেল ষ্টেচন!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2020 2:08 pm
6 haunted railway stations in India

সৌজন্য-- Railyatri.in

9.4k
VIEWS
Share on FacebookShare on Twitter

ভাৰতত ছটা এনেকুৱা ৰেল ষ্টেচন আছে য’ত ভূত থকা বুলি জনবিশ্বাস আছে।

ভূতৰ ভয়ক অবৈজ্ঞানিক বুলি ক’লেও মানুহে সেই ষ্টেচনকেইটাত ভূত থকা বুলি বিশ্বাস কৰি আহিছে।

এম জি ৰ’ড মেট্ৰ’ ষ্টেচন, গুৰুগ্ৰাম—

এম জি ৰ’ড মেট্ৰ’ ষ্টেচনটোৰ এক অংশত মানুহে অদ্ভূত চালচলনৰ শব্দ শুনে। বহুতেই বোলে সেই অভিজ্ঞতা লাভ কৰিছে।

লুধিয়ানা ৰেল ষ্টেচন–

লুধিয়ানা ৰেল ষ্টেচনত থকা এটা কাউণ্টাৰত বোলে সুভাষ নামৰ এজন লোকৰ বহি থকা অৱস্থাতে মৃত্যু হৈছিল। তেতিয়াৰে পৰা সেই কাউণ্টাৰটোত অদ্ভূত চালচলনৰ শব্দ হৈ থাকে।

নাইনি ৰেল ষ্টেচন, উত্তৰ প্ৰদেশ–

নাইনি ষ্টেচনত স্বাধীনতা আন্দোলনৰ সময়ত বহুলোকে প্ৰাণ হেৰুৱাইছিল। তাৰ ফলতে বহু লোকে তাত বোলে বিভিন্ন ধৰণৰ চিঞৰ শুনি থাকে।

চিতুৰ ৰেল ষ্টেচন—

অন্ধ্ৰ প্ৰদেশৰ চিতুৰত এজন চি আৰ পি এফ জোৱানৰ মৃত্যু হৈছিল। বহুলোকে বিশ্বাস কৰে যে এতিয়াও তাত চি আৰ পি এফ জোৱানজনৰ আত্মা ঘূৰি ফুৰে।

বাৰ’গ ৰেল ষ্টেচন—

হিমাচল প্ৰদেশৰ এই ষ্টেচনটো নিৰ্মাণ কৰা ব্ৰিটিছ বিষয়া বাৰ’গৰ তাতে মৃত্যু হৈছিল। বহুতে বিশ্বাস কৰে যে ষ্টেচনটোৰ ৩৩নং সুৰংগত এতিয়াও তেওঁৰ আত্মা বাস কৰে।

বেগুনকদৰ ৰেল ষ্টেচন, পশ্চিম বংগ–

ভূতৰ বাবে বহু বছৰ ধৰি পশ্চিম বংগৰ এই ষ্টেচনটো বন্ধ হৈ আছিল। এই ষ্টেচনটোত বোলে বহুবাৰ মহিলা এগৰাকীৰ ছাঁ দেখা গৈছিল।

২০০৯ চনত ষ্টেচনটো পুনৰ মুকলি কৰা হয় যদিও স্থানীয় লোকসকলে ষ্টেচনটো এতিয়াও এৰাই চলে।

Recent News

নিউয়ৰ্ক চহৰৰ মেয়ৰৰ দৌৰত ভাৰতীয় বংশোদ্ভৱ জোহৰণ মামদানী

নিউয়ৰ্ক চহৰৰ মেয়ৰৰ দৌৰত ভাৰতীয় বংশোদ্ভৱ জোহৰণ মামদানী

সামূহিক সুৰক্ষাৰ বাবে সকলোৱে একত্ৰে যুঁজিব লাগিব! চীনত চাংহাই সহযোগিতা সংস্থাৰ বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

সামূহিক সুৰক্ষাৰ বাবে সকলোৱে একত্ৰে যুঁজিব লাগিব! চীনত চাংহাই সহযোগিতা সংস্থাৰ বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

অন্ত পৰিল অম্বুবাচীৰ মহাযোগ, ভক্তগণৰ বাবে মুকলি হ’ল মা কামাখ্যা ধামৰ দুৱাৰ

অন্ত পৰিল অম্বুবাচীৰ মহাযোগ, ভক্তগণৰ বাবে মুকলি হ’ল মা কামাখ্যা ধামৰ দুৱাৰ

অসম-মেঘালয়ৰ প্ৰস্তাৱিত কুলশী নদী জলবিদ্যুৎ প্ৰকল্পৰ তীব্ৰ বিৰোধিতা দল সংগঠনৰ

অসম-মেঘালয়ৰ প্ৰস্তাৱিত কুলশী নদী জলবিদ্যুৎ প্ৰকল্পৰ তীব্ৰ বিৰোধিতা দল সংগঠনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd