• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰোনাৰ বিৰুদ্ধে যুঁজাত চাহিদা বৃদ্ধি পোৱা হাইড্ৰ’চাইক্লৰোকুইনৰ ৰপ্তানি বন্ধ কৰিলে ভাৰতে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2020 10:09 am
9670c9699fe735131476f24b1a4d609c
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰোনাৰ সংহাৰী আতংকৰ মাজতে চৰকাৰে বুধবাৰে মেলেৰীয়া প্ৰতিৰোধী দৰৱ হাইড্ৰ’চাইক্লৰোকুইনৰ ৰপ্তানি শীঘ্ৰে বলবৎ হোৱাকৈ বন্ধ কৰিছে।

চৰকাৰে উক্ত দৰৱ বিধ ঘৰুৱা বজাৰত পৰ্যাপ্তভাৱে সুলভ হোৱাটো নিশ্চিত কৰিব বিচাৰিছে।

Apply Now

ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছ (আই চি এম আৰ)ৰ সঞ্চালক প্ৰধান বলৰাম ভাৰ্গৱে সোমবাৰে সন্দেহজনক বা নিশ্চিত কৰোনা ভাইৰাছ আক্ৰান্ত ৰোগীক চিকিৎসাৰ বাবে স্বাস্থ্যকৰ্মীসকলক হাইড্ৰ’চাইক্লৰোকুইন ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছিল।

COVID-19 ৰ বাবে আই চি এম আৰে গঠন কৰি দিয়া নেশ্যনেল টাস্ক ফোৰ্চৰ চিকিৎসা পদ্ধতিৰ পৰামৰ্শ ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেল অফ ইণ্ডিয়া (ডি জি চি আই)য়ে জৰুৰীকালীন পৰিস্থিতিত নিয়ন্ত্ৰিত ব্যৱহাৰৰ বাবে অনুমোদন জনাইছিল।

বুধবাৰে ৰপ্তানি-আমদানিৰ বিষয় চোৱাচিতা কৰা বাণিজ্য মন্ত্ৰ্যালয়ৰ এক শাখা ডিৰেক্টৰেট জেনেৰেল অফ ফৰেইন ট্ৰেডৰ পৰা জাৰি কৰা এক জাননীত কোৱা হৈছে,’’ হাইড্ৰ’চাইক্লৰোকুইন আৰু হাইড্ৰ’চাইক্লৰোকুইনৰ পৰা তৈয়াৰ কৰা দৰৱৰ ৰপ্তানি শীঘ্ৰে প্ৰযোজ্য হোৱাকৈ নিষিদ্ধ কৰা হৈছে।‘’

জাননীত লগতে কোৱা হৈছে যে চৰকাৰে বৈদেশিক মন্ত্ৰ্যালয়ৰ পৰামৰ্শৰ ভিত্তিত পৰিস্থিতি সাপেক্ষে মানৱীয়তাৰ খাতিৰত ঔষধৰ ৰপ্তানি কৰিবলৈ অনুমতি দিব।

অৱশ্যে ২৫ মাৰ্চ ২০২০ৰ পূৰ্বে আগতীয়া অনুজ্ঞাপত্ৰ প্ৰদান কৰা আৰু তথ্য প্ৰমান সাপেক্ষে ইতিমধ্যে ৰপ্তানিৰ বাবে চুক্তিবদ্ধ হোৱা ক্ষেত্ৰত ৰপ্তানিৰ অনুমতি দিয়া হ’ব।

বাতৰি অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে COVID-19 ৰ চিকিৎসাৰ ক্ষেত্ৰত এই দৰৱ বিধ কাৰ্যকৰী বুলি কোৱাৰ পাছত হাইড্ৰ’চাইক্লৰোকুইন আৰু ক্লৰ’কুইনৰ চাহিদা সাংঘাতিকভাৱে বৃদ্ধি পাইছে আৰু লোকসকলে ইয়াক ক্ৰয় কৰাৰ বাবে ভিৰ কৰিছে।

যোৱা কেই সপ্তাহত ভাৰতে ছেনিটেইজাৰ, সকলো ধৰণৰ ভেন্টিলেটৰ আৰু ছাৰ্জিকেল মাস্ককে ধৰি বহু মেডিকেল সামগ্ৰীৰ ৰপ্তানি নিষিদ্ধ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd