• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহানগৰীৰ ৰাজপথত ৰাছিয়ান যুৱতী…. আৰু তাৰ পাছত?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 26, 2020 6:54 pm
ৰাছিয়ান যুৱতীগৰাকী

ৰাছিয়ান যুৱতীগৰাকী

48.4k
VIEWS
Share on FacebookShare on Twitter

আজি বিয়লি প্ৰায় ৫ বজাত মহানগৰীৰ ৰাজপথত হাতত Home Quarantine ষ্টাম্প থকা এগৰাকী ৰাছিয়ান যুৱতী ঘূৰি ফুৰা ঘটনা পোহৰলৈ আহিছে। যুৱতীগৰাকীৰ নাম আমিনা বুলি জানিব পৰা গৈছে।

দিচপুৰ থানাৰ অন্তৰ্গত খ্ৰীষ্টানবস্তিৰ বাছ ষ্টেণ্ডত বহি থকা অৱস্থাত যুৱতীগৰাকীক পল্টন বজাৰ আৰক্ষীয়ে প্ৰতক্ষ কৰে।

পল্টনবজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল চাংমাইয়ে জনোৱা অনুসৰি আমিনা বয়ফ্ৰেণ্ডৰ সৈত পল্টনবজাৰস্থিত হোটেল বন্দনাত আছিল। দুয়োকে হোটেলখনৰ আইছ’লেশ্যন কক্ষত আছুতীয়াকৈ ৰখা হৈছিল।

জানিব পৰা মতে বয়ফ্ৰেণ্ডৰ সৈতে কাজিয়া লাগি ছোৱালীজনীয়ে খং কৰি হোটেলৰ বাহিৰলৈ ওলাই আহিছিল। হোটেলৰ পৰা ওলাই আহি বাছ ষ্টেণ্ডত বহি থকা অৱস্থাতে পল্টনবজাৰ থানাৰ তহলদাৰী আৰক্ষীয়ে প্ৰতক্ষ্য কৰি আইছ’লেশ্যন ৱাৰ্ড থকা ক’ন্টাৰ হোটেললৈ যুৱতীগৰাকীক লৈ যায়।

বন্দনা হোটেলত থকা যুৱতীগৰাকীৰ বয়ফ্ৰেণ্ডকো এতিয়া ক’ন্টাৰ হোটেললৈ লৈ আহিব বুলি চাংমাইয়ে আমাৰ সাংবাদিকক জনায়।

উল্লেখযোগ্য যে,  ৰাচিয়ান যুৱতীগৰাকী তেওঁৰ বয়ফ্ৰেণ্ডৰ সৈতে পাঁচ দিন পূৰ্বে এলাহাবাদৰ পৰা গুৱাহাটীলৈ আহিছিল। হাতত Home Quarantine ষ্টাম্প থকাত তেওঁক বাহিৰ ওলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল ৰাজ্য চৰকাৰে।

প্ৰশ্ন হয়, নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা বিলাসী হোটেলত আৱদ্ধ হৈ থকাৰ পাছত কেনেকৈ যুৱতীগৰাকী ৰাজপথলৈ ওলাই আহিল?

Recent News

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd