• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ-পূব সীমান্ত ৰে’লৱেই COVID-19ৰ আইছ’লেশ্যন ৱাৰ্ডলৈ পৰিৱৰ্তন কৰিব ৰে’লৰ দবা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2020 9:57 am
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

7.9k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব সীমান্ত ৰে’লৱেই কামাখ্যা আৰু গুৱাহাটী আৰু কামাখ্যা ৰে’ল ষ্টেশ্যনৰ দবা পৰিচালনা ডিপোত (Coach Maintenance Depot) থকা ৰে’লৰ দবাসমূহ COVID-19ৰ আইছ’লেশ্যন ৱাৰ্ডলৈ পৰিৱৰ্তন কৰাৰ উদ্যোগ লৈছে।

মালিগাঁওস্থিত উত্তৰ-পূব সীমা্ন্ত ৰে’লৱেৰ কেন্দ্ৰীয় হস্পিটালৰ চিকিৎসা কৰ্মীসকলৰ সৈতে আলোচনা কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি উত্তৰ-পূব সীমা্ন্ত ৰে’লৱেৰ মুখ্য জন সংযোগ বিষয়া শুভণন চন্দাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে।

‘এটা non-AC শ্লিপাৰ দবাক Covid-19ত আক্ৰান্ত লোকসকলৰ আইছ’লেশ্যন ৱাৰ্ডলৈ পৰিৱৰ্তন কৰা হৈছে। দবাটোৰ প্ৰতিটো কেবিনত এজনকৈ ব্যক্তি ৰখা হ’ব। এটা দবাত ৯টা এনে কেবিন আছে।‘ বিজ্ঞপ্তিটোত প্ৰকাশ।

ইয়াৰ উপৰি উক্ত ৱাৰ্ডত দৰৱ, চিকিৎসা বাবে প্ৰয়োজনীয় বিভিন্ন সা-সঁজুলি ৰখাৰ বাবে সকলো ব্যৱস্থা আছে বুলিও বিজ্ঞপ্তিটোত জনোৱা হয়।

বিজ্ঞপ্তিটোত লগতে কয়, ‘দবাটোত থকা চাৰিটা প্ৰশাৱগাৰৰ এটাক শ্বাৱাৰৰ বৱস্থা থকা স্নানাগাৰলৈ পৰিৱৰ্তন কৰা হৈছে। আইছ’লেশ্যন ৱাৰ্ডসমূহৰ ভিতৰত গৰম কমাই ৰাখিবলৈ দবাটোৰ বেৰ আৰু চালত তাপ ৰোধক বাঁহৰ চালি লগোৱা হৈছে।

Recent News

‘ইউক্ৰেইনৰ সকলোখিনি আমাৰ’! দাবী ভ্লাদিমিৰ পুটিনৰ, তীব্ৰ প্ৰতিবাদ ভ’ল’ডিমাইৰ জেলেনস্কিৰ

‘ইউক্ৰেইনৰ সকলোখিনি আমাৰ’! দাবী ভ্লাদিমিৰ পুটিনৰ, তীব্ৰ প্ৰতিবাদ ভ’ল’ডিমাইৰ জেলেনস্কিৰ

ঘৰৰ সন্মুখত খেলি থকা শিশুক টানি নিলে নাহৰফুটুকীয়েঃ ৩ দিনৰ মূৰত হাবিত উদ্ধাৰ বিচ্ছিন্ন মৃতদেহ

ঘৰৰ সন্মুখত খেলি থকা শিশুক টানি নিলে নাহৰফুটুকীয়েঃ ৩ দিনৰ মূৰত হাবিত উদ্ধাৰ বিচ্ছিন্ন মৃতদেহ

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd