• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউন: বায়ু প্ৰদূষণ নোহোৱা হৈছে দেশৰ মহানগৰসমূহত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2020 6:12 pm
A-view-of-Mumbai-Pune-road-during-lockdown.-Image-credit-Twitter-@satheeshk1960-1140x570

লকডাউনৰ সময়ত মুম্বাই-পুনে পথৰ ছবি।সৌজন্য-- টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজোৰা লকডাউনৰ ফলত নতুন দিল্লীকে ধৰি দেশৰ মহানগৰসমূহত বায়ু প্ৰদূষণ বহু বেছি পৰিমাণে হ্ৰাস পাইছে।

কৰ’নাভাইৰাছৰ বিৰুদ্ধে দেশজোৰা লকডাউনৰ ফলত প্ৰায় ১৩০ কোটি মানুহৰ যাতায়াত প্ৰায় বন্ধ হৈ আছে।

Apply Now

চফৰ (System of Air Quality and Weather Forecasting and Research)ৰ মতে এই সময়চোৱাত দিল্লীত ধূলিকণাসদৃশ প্ৰদূষক PM2.5 দিল্লীত ৩০ শতাংশ হ্ৰাস পাইছে।

আহমেদাবাদ আৰু পুনেত এই পৰিমাণ ১৫ শতাংশ হ্ৰাস পাইছে।

আন এবিধ প্ৰদূষক নাইট্ৰ’জেন অক্সাইডৰ পৰিমাণো হ্ৰাস পাইছে। যান-বাহনৰ চলাচলৰ ফলত বৃদ্ধি পোৱা এই নাইট্ৰ’জেন অক্সাইডে শ্বাস-প্ৰশ্বাসজনিত সমস্যা বৃদ্ধি কৰে।

পুনেত নাইট্ৰ’জেন অক্সাইডৰ পৰিমাণ ৪৩, মুম্বাইত ৩৮ আৰু দিল্লীত ৫০ শতাংশ হ্ৰাস পাইছে।

যান-বাহনৰ লগতে বিভিন্ন কল-কাৰখানাসমূহো বন্ধ থকাৰ ফলত বায়ু প্ৰদূষণৰ মাত্ৰা হ্ৰাস পাইছে।

চফৰৰ মতে সাধাৰণতে মাৰ্চ মাহত ভাৰতৰ নগৰসমূহৰ প্ৰদূষণ মধ্যমীয়া স্তৰ (বায়ুৰ গুণমান ১০০-২০০)ত থাকে, কিন্তু বৰ্তমান ই সন্তোষজনক (৫০-১০০) বা ভাল (০-৫০) স্তৰত আছে।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ মতে প্ৰদূষণে হাহাকাৰৰ সৃষ্টি কৰা খোদ নতুন দিল্লীত বৰ্তমান বায়ুৰ গুণমান ভাল স্তৰত আছে।

তাৰোপৰি ব’ৰ্ডৰ নিৰীক্ষণত থকা দেশৰ আন ৯২খন নগৰতো বায়ুৰ গুণমান “ভাল”ৰ পৰা “সন্তোষজনক”ৰ ভিতৰত আছে।

বায়ুৰ গুণমান ২০১–৩০০ক পুতৌজনক, ৩০১—৪০০ক অতি পুতৌজনক আৰু ৪০১—৫০০ক গুৰুতৰ বুলি ধৰা হয়।

দেওবাৰলৈকে বিশ্বত ৬৭৮,৯১০ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত ৰোগী চিনাক্ত হৈছে। মৃত্যু হৈছে ৩১ হাজাৰতকৈয়ো অধিক লোকৰ।

ভাৰতত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যাই এহেজাৰৰ সীমা অতিক্ৰম কৰিছে। মৃত্যু হৈছে ২৫ গৰাকী লোকৰ।

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd