• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতলৈ ১০০ কোটি টকাৰ মূল্যৰ হাজমাট চ্যুট আৰু মাস্ক আগবঢ়াব টিকটকে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2020 9:06 pm
tiktok
1.3k
VIEWS
Share on FacebookShare on Twitter

মাৰাত্মক ক’ৰ’না ভাইৰাছৰ প্ৰতিৰোধত ভাৰতক সহায় কৰিব টিকটকে।

টিকটক নামৰ প্ৰতিষ্ঠানটোৱ ভাৰতক প্ৰায় ১০০ কোটি টকাৰ মূল্যৰ হাজমাট চ্যুট আৰু মাস্ক আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

ভাৰতত অতি জনপ্ৰিয় টিকটকে বুধবাৰে ঘোষণা কৰিছে যে টিকটকে ক’ৰ’না আক্ৰান্ত লোকৰ চিকিৎসা সেৱাত নিয়োজিত চিকিৎসা কৰ্মীৰ বাবে ৪ লাখ হাজমাট চ্যুটৰ লগতে মাস্কো আগবঢ়াব।

এই সামগ্ৰীসমূহ টিকটকে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ হাতত অপৰ্ণ কৰিব।

ইতিমধ্যে দিল্লী আৰু মুম্বাইত ২ লাখ মাস্ক বিতৰণ কৰা বুলি জানিবলৈ দিছে টিকটকে।

‘এটা দায়িত্ববোধসম্পন্ন সংস্থা হিচাপে ভাৰতীয় মানুহৰ নিৰাপত্তা আৰু সুৰক্ষাৰ প্ৰতি আমাৰ দায়িত্ব আছে। আমি সেই দায়িত্ব পালন কৰিছো আৰু আগলৈও দান বৰঙণিৰে ভাৰতক সহযোগিতা আগবঢ়াই যাম।’ টিকটকে এইদৰে কয়।

ইয়াৰ পূৰ্বে টিকটকৰ অধ্যক্ষ এলেক্স ঝুৱে বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ COVID19 ৰ ফাণ্ডলৈ ১০ মিলিয়ন মাৰ্কিন ড’লাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।

Tags: COVID19

Recent News

দৈনিক বাদাম খোৱাৰ আছে অনেক উপকাৰিতা! আজিয়েই জানি থওক

দৈনিক বাদাম খোৱাৰ আছে অনেক উপকাৰিতা! আজিয়েই জানি থওক

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd