• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত হ্ৰাস পাইছে লকডাউন উলংঘনৰ ঘটনা, বৃহস্পতিবাৰে গ্ৰেপ্তাৰ ২৭

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 2, 2020 9:07 pm
Image

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ; উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত লকডাউন উলংঘনৰ ঘটনা তুলনামূলকভাৱে হ্ৰাস পাইছে। বুধবাৰে ৭৯টা উলংঘনৰ ঘটনাৰ বিপৰীতে বৃহস্পতিবাৰে এই সংখ্যা ৪৫টালৈ হ্ৰাস পাইছে।

দিনটোত মুঠ নখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে। গ্ৰেপ্তাৰ কৰা হৈছে ২৭জন লোকক।

Apply Now

বৃহস্পতিবাৰে লকডাউন উলংঘা কৰাৰ বাবে জব্দ কৰা যানবাহনৰ সংখ্যা হৈছে ৬৪খন। তাৰে ভিতৰত আছে ৬২খন দুচকীয়া, তিনিচকীয়া এখন আৰু এখন চাৰিচকীয়া বাহন।

দিনটোত মুঠ ২০ হাজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰা হৈছে।

আনহাতে লকডাউন ঘোষণা হোৱাৰ পৰা ২ এপ্ৰিলৰ চাৰি বজালৈকে অসমত মুঠ উলংঘনৰ ঘটনা সংঘটিত হৈছে ৬২৯টা।

এই সন্দৰ্ভত গোচৰ পঞ্জীয়ন হৈছে ৩৪৯টা আৰু গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা হৈছে ৮৪৩গৰাকী।

এই সময়চোৱাত মুঠ ৩২৭৭খন যানবাহন জব্দ কৰা হৈছে। ইয়াৰ ভিতৰত আছে দুচকীয়া ২৯৬৩, তিনিচকীয়া ১৬, তিনিখন ট্ৰাক, এখন ট্ৰেইলাৰ আৰু ২৯৪খন চাৰিচকীয়া।

লকডাউনৰ সময়ত মুঠ জৰিমনা সংগ্ৰহ কৰা হৈছে ১১,৪৬,৯০০ টকা।

লকডাউনৰ সময়চোৱাত অসমত আইন-শৃংখলাজনিত ঘটনা ঘটিছে এটা।

অসমত শেহতীয়াকৈ ১৬জনকৈ COVID-19 ৰোগী চিনাক্ত হৈছে। দিল্লীতো অসমৰ চাৰিজন লোক চিকিৎসাধীন হৈ আছে।

আটাইকেইজন ৰোগীয়ে নিজামুদ্দিনৰ জামাতত অংশগ্ৰহণ কৰিছিল।

ধৰ্মীয় সমাৱেশখনত ভাগ লৈ অসমলৈ ঘূৰি অহা বেছিভাগ লোককে চিনাক্ত কৰি কুৱাৰেণ্টাইন কৰা হৈছে যদিও এতিয়াও কিছুসংখ্যক লোকক পোৱা হোৱা নাই।

ইতিমধ্যে এই লোকসকলৰ কণ্টেক্ত ট্ৰেচিং আৰু টেষ্টিঙৰ বাবে দেশজুৰি অভিযান চলোৱা হৈছে।

দেশত এই ৰোগত আক্ৰান্তৰ সংখ্যাই ২০০০ৰ দিশে গতি কৰিছে। বিশ্বজুৰি প্ৰায় ১ মিলিয়ন লোক এই ৰোগত আক্ৰান্ত হৈছে।

Tags: COVID19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd