• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউনৰ মাজতে বজাৰত জুই : বিষয়াক দায়িত্ব দি নিদ্ৰাত যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰী

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 4, 2020 12:28 pm
WhatsApp Image 2020-04-04 at 11.43.49 AM

যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰী। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না সংক্ৰমন ৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৪ মাৰ্চৰ পৰা ঘোষনা কৰিছিল  ২১ দিনীয়া লকডাউন ৷

এই লকডাউনৰ সময়চোৱাত জৰুৰীকালীনসেৱা সমূহৰ লগতে গেলামাল দোকান আৰু ফাৰ্মাচী সমূহ খোলা ৰখা হৈছে ৷

Apply Now

লকডাউনৰ মাজতে অত্যাৱশ্যকীয় সামগ্ৰী কিনিবলৈ জনসাধৰণ ওলাই আহিছে। কিন্তু গেলামাল দোকানত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে একপ্ৰকাৰ জনতাৰ মূৰত ৰামটাঙোন শোধাইছে ৷

লকডাউনৰ সময়ত যাতে অত্যাৱশকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি নঘটে তাৰ বাবে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰা ব্যৱস্থা লোৱা হৈছিল ৷

একাংশ বিষয়াক মন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে দায়িত্বও দিছিল যদিও এনে বিষয়াৰ দায়িত্বহীনতাৰ বাবেই বৃদ্ধি পাইছে খাদ্য সামগ্ৰীৰ মূল্য ৷ কিন্তু এই সময়ত খবৰ নাই বিভাগীয় মন্ত্ৰী গৰাকীৰ ৷

বজাৰত বৰ্তমান আলু ২৫ ৰ পৰা ৩০ টকা, ১৪০ টকীয়া কনীৰ প্লেট ২০০ ৰ পৰা ২৫০ টকা, ৩০ টকাৰ চাউল বিক্ৰী হৈছে ৪০ৰ পৰা ৪৫ টকাত ৷ ২০ টকীয়া পিঁয়াজ এতিয়া ৪০ টকা ৷ মুঠতে বৰ্তমান বজাৰত যেন জুই লাগিছে ৷

যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে কৈছিল যে লকডাউন আৰু ১৪ দিন আছে ৷ সামগ্ৰী আহি আছে, আহি থাকিব ৷ আপোনালোকে যদি ৰাষ্ট্ৰীয় ঘাইপথ অথবা ষ্টেশ্যনত যায় তেতিয়া গম পাব খাদ্য সমগ্ৰী আহি আছে ৷ ফলত লকডাউনৰ সময়ছোৱাত খাদ্যসামগ্ৰীৰ অভাৱ নহয় ৷

কিন্তু একাংশ খুচুৰা ব্যৱসায়ীয়ে জনোৱা অনুসৰি কনী এতিয়া পাবলৈয়ে টান ৷ এখন দোকান খোলা থাকে তাতো হেতা-ওপৰাকৈ লব লাগে৷ দাম সোধাৰ প্ৰশ্নই নাহে।

এতিয়া প্ৰশ্ন হয় লকডাউনৰ বাবে একাংশ ক’লা ব্যৱসায়ীয়ে চলাইছে নেকি চিণ্ডিকেটৰাজ ৷ এনে এক জটিল পৰিস্থিতিটো নীৰৱ হৈ আছে যোগান বিভাগ ৷

যি সময়ত অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিন ৰাতি একাকাৰ কৰি অসমবাসীৰ ওচৰত থিয় হৈছে, সেই সময়ত যেন একাংশ বিষয়াক দায়িত্ব দি শুই আছে মন্ত্ৰী ফনীভূষণ চৌধুৰী ৷

Tags: COVID19
দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd