• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’না ভাইৰাছ! এইবাৰ আক্ৰমণৰ বলি গুৱাহাটীত কৰ্মৰত এগৰাকী মণিপুৰী নাৰ্ছ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2020 3:18 pm
COVID-19-I-1280x720

প্ৰতিনিধিত্বমূলক ছবি, সৌজন্য- ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ অসমত ঘটিছে ক’ৰ’না ভাইৰাছকলৈ বৰ্ণবৈষম্যৰ দৰে এক লজ্জাজনক ঘটনা।

উত্তৰ ভাৰত তথা দেশৰ ৰজধানী দিল্লীত উত্তৰ পূৱৰ মংগোলীয় মুখাৱয়বৰ লোকসকল সততে বৰ্ণবৈষম্য বলি হোৱাৰ লগতে চীনা লোকক বুলি নিৰ্যাতিত হৈ আহিছে।

Apply Now

শেহতীয়াকৈ চীনৰ য়ুহান চহৰত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উৎপত্তি হোৱাৰ পিছত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ লগতে ৰাজধানী দিল্লী আৰু দেশৰ বিভিন্ন প্ৰান্তত উত্তৰ পূৱৰ মংগোলীয় মুখাৱয়বৰ লোকসকলক আক্ৰমণৰ কৰাৰ দৰে ঘটনাও সংঘটিত হৈ আহিছে।

তদ্ৰূপ ঘটনা এইবাৰ সংঘটিত হৈছে উত্তৰ পূৱৰ দুৱাৰমুখ খ্যাত খুদ গুৱাহাটী মহানগৰীতে।

ঘটনাটো সংঘটিত হৈছে গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত।

ঘটনাৰ বিৱৰণী অনুসৰি ২৫ বছৰীয়া ক্ষেট্ৰিমায়ুম বিদ্যাৱতী দেৱী নামৰ মণিপুৰৰ ইম্ফলৰ এগৰাকী নাৰ্ছে তেওঁৰ সহকৰ্মীসকলৰ লগত হাস্পতালৰ পৰা গৃহাভিমুখে যাবলৈ লওঁতে কিছু লোকে তেওঁলোক ‘ক’ৰ’নাভাইৰাছ ক’ৰ’নাভাইৰাছ’ বুলি ইতিকিং কৰি  চিঞৰিবলৈ ধৰে।

আক্ৰান্ত নাৰ্ছগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ‘আমি এই সম্পৰ্কে হাস্পতাল কৰ্তৃপক্ষক অৱগত কৰিছো।’ বৰ্তমানলৈকে তেওঁলোকে আৰক্ষী ওচৰ চপা নাই বুলি জানিবলৈ দিছে।

দেৱীয়ে অভিযোগ কৰি কয় যে চীনা লোকৰ সৈতে তেওঁলোকৰ মুখমণ্ডলৰ সাদৃশ্য থকাৰ বাবে এইদৰে তেওঁলোকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে।

‘দিল্লীত কথাটো অলপ সুকীয়া, উত্তৰ পূৱ লোকসকল যে চীনাসকলৰ সৈতে একে নহয় সেয়া দিল্লীৰ মানুহৰ ধাৰণা নাথাকিব পাৰে। কিন্তু গুৱাহাটীত লোকসকলেতো এই বিষয়ে জানে। ঘটনাটোৱ আমাক বহু দুখ দিছে।’ এইদৰে কয় আক্ৰান্ত নাৰ্ছ দেৱীয়ে।

‘উত্তৰ পূৱৰ বহু নাৰ্ছ ইয়াত কৰ্মৰত হৈ আছে আৰু তেওঁলোকৰ বহুতে এই ধৰণৰ অপমান সহ্য কৰিব লগা হয়।’ আক্ৰান্ত নাৰ্ছ দেৱীয়ে আৰু কয়।

ক’ৰ’না ভাইৰাছৰ আতংকৰ বাবে উত্তৰ পূৱৰ লোকসকল অন্য ৰাজ্যত শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতনৰ বলি হৈ অহাত যোৱা মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্যসমূহৰ চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষসমূহক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল।

অসম চৰকাৰৰ গৃহ বিভাগ তথা মহানগৰ আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd