• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হৰভজন আৰু গীতাই ৫০০০ পৰিয়ালৰ মাজত বিতৰণ কৰিব খাদ্য সামগ্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2020 4:48 pm
Geeta-Basra-Images-4-e1525502138292
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ বাবে সমস্যাৰ সন্মুখীন হোৱা পৰিয়ালক সহায় আগবঢ়াব ভাৰতৰ অন্যতম সফল অফ স্পিনাৰ হৰভজন সিং আৰু তেওঁৰ পত্নী গীতা বছৰাই।

হৰভজনে জানিবলৈ দি কয় যে তেওঁ আৰু তেওঁৰ পত্নী গীতাই জলন্ধৰৰ ৫০০০ এনে পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰিব।

Apply Now

বিশ্বব্যাপী আতংকৰ সৃষ্টি কৰা ক‍’ৰ‍’না ভাইৰাছৰ ফলত ভাৰতত এই পৰ্যন্ত ১০০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

হৰভজন সিঙে দেওবাৰে নিজৰ টুইটাৰত ফটো শ্বেয়াৰ কৰি এই কথা ৰাজহুৱা কৰে। হৰভজনে লিখে যে গীতা বছৰা আৰু মই আজিৰ পৰা ৫০০০ পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰাৰ সংকল্প লৈছো।

হৰভজন সিঙে আৰু কয়, ‍‘আমি আমাৰ সতীৰ্থসকলৰ বোজা কিছু কম কৰাৰ চেষ্টা কৰিম। সুৰক্ষিত থাকক, ঘৰত থাকক, ভগৱানে কৃপা কৰক। জয় হিন্দ‍’।

 

Satnam waheguru.. bas Himmat hosla dena ?? @Geeta_Basra and I pledge to distribute ration to 5000 families from today ?? May waheguru bless us all pic.twitter.com/s8PDS9yet1

— Harbhajan Turbanator (@harbhajan_singh) April 5, 2020

ক্ৰিকেটাৰ গৰাকীৰ পত্নীয়েও এই টুইটতো শ্বেয়াৰ কৰে।

৩৯ বছৰীয়া হৰভজনে কয় যে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি নহালৈকে কৰ্মহীন হৈ পৰা আৰু অঘৰী লোকসকলকহে আমি খাদ্য সামগ্ৰী প্ৰদান কৰিম।

তেওঁ কয়, ‍‘আমি ৫ কেজি চাউল, আটা, তেলৰ লগতে অন্যান্য আৱশ্যকীয় সামগ্ৰী প্ৰদান কৰি আছো‍’।

ভজ্জীয়ে লগতে কয়, ‍‘মই এতিয়াও জলন্ধৰৰ লগত আছো। মোৰ নিজৰ লোকসকলক এইদৰে ভুগি থকা দেখিব নোৱৰো। ক্ৰিকেটে মোক বহুত দিছে সেয়ে মই এইখিনি কৰিব পাৰিছো‍’।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm
ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm
দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

September 23, 2026 1:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd