• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ ৮২টা স্থানত শাক-পাচলি বিক্ৰীৰ ব্যৱস্থা প্ৰশাসনৰ

পুৱা ৯ বজাৰ পৰা দিনৰ ২ বজালৈকে বিক্ৰী হ’ব শাক-পাচলি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2020 11:05 pm
Vegetable-market-1140x570

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাভাইৰাছৰ বিৰুদ্ধে লকডাউনৰ মাজত গুৱাহাটী মহানগৰত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে ৮২টা স্থানত শাক-পাচলি বিক্ৰীৰ ব্যৱস্থা কৰিছে।

অহা ৮ এপ্ৰিলৰ পৰা কামৰূপ মহানগৰ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উদ্যোগত অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদে ভ্ৰাম্যমাণ ভিত্তিত শাক-পাচলি যোগান ধৰিব।

Apply Now

পুৱা ৯ বজাৰ পৰা দিনৰ ২ বজাৰ ভিতৰত এই শাক-পাচলিৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে।

শাক-পাচলি বিক্ৰীৰ সময়ত বিক্ৰেতা আৰু গ্ৰাহকে কৰ’নাভাইৰাছ বিৰুদ্ধে স্বাস্থ্য বিভাগ আৰু চৰকাৰে দিয়া বিধি-বিধান আৰু পৰিস্কাৰ-পৰিচ্ছন্নতা মানি চলিব লাগিব।

শাক-পাচলি ক্ৰয় কৰাৰ সময়ত গ্ৰাহকে ভিৰ কৰিব নোৱাৰিব আৰু সামাজিক দূৰত্ব বজাই চলিব লাগিব।

তাৰোপৰি প্ৰশাসনে অনুমতি দিয়া বাহনতহে বিক্ৰেতাসকলে শাক-পাচলি বিক্ৰীৰ বাবে আনিব পাৰিব।

বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সময়ত প্ৰশাসনে আৰু অধিক স্থানত শাক-পাচলি বিক্ৰীৰ ব্যৱস্থা কৰিব বুলি বিবৃতিত প্ৰকাশ।

এন ই নাও নিউজ

এন ই নাও নিউজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

October 26, 2026 9:21 pm
বিপন্ন হ’ব নেকি অনুসন্ধানমূলক সাংবাদিকতা? কেন্দ্ৰৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ ২১টা শীৰ্ষ সংবাদ গোষ্ঠী 

বিপন্ন হ’ব নেকি অনুসন্ধানমূলক সাংবাদিকতা? কেন্দ্ৰৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ ২১টা শীৰ্ষ সংবাদ গোষ্ঠী 

October 26, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd