• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাক্সাৰ মুছলপুৰস্থিত কোৱাৰেণ্টাইন শিবিৰ পৰিদৰ্শন মন্ত্ৰী ৰিহন দৈমাৰীৰ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
April 7, 2020 1:40 pm
4.2k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশতে কোভিদ-১৯ ৰ আতংক চলি থকাৰ সময়তে সোমবাৰে বাক্সা জিলাৰ সদৰ মুছলপুৰত উপস্থিত হৈ কোৱাৰেণ্টাইন শিবিৰ পৰিদৰ্শন কৰে জনস্বাস্থ্য আৰু কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীয়ে।

কোৱাৰেণ্টাইন শিবিৰ পৰিদৰ্শনৰ পিছত মন্ত্ৰী দৈমাৰীয়ে বাক্সা জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে এক আলোচনাত মিলিত হয়।

বৈঠকত মন্ত্ৰী গৰাকীয়ে বাক্সা জিলাৰ তিনিটা মহকুমাত মুঠ ১৫০ খন বিচনাৰ ব্যৱস্থাৰে কোৱাৰেণ্টাইন শিবিৰ সাজু থকাৰ কথা উল্লেখ কৰে৷ লগতে বাক্সা জিলাৰ ২৪৮২ জনক হোম কোৱাৰেণ্টাইন আৰু ১৫ জনক মেডিকেল কোৱাৰেণ্টাইন কৰাৰ তথ্য জনায়।

ইফালে লকডাউনৰ সময়ত খাদ্যৰ নাটনি যাতে হ’ব নোৱাৰে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি ৰেচন কাৰ্ড থকা লোক সকলক বিনামূলীয়া চাউল বিতৰন আৰু যিসকল লোক দৰিদ্ৰ সীমাৰেখাৰ তলত আছে অথচ চৰকাৰী কাৰ্ড নাই সেই সকল লোকক ১০০০  টকাকৈ দিয়াৰ ব্যৱস্থা কৰাৰ কথা সদৰী কৰে মন্ত্ৰী গৰাকীয়ে।

বাক্সা জিলাৰ উত্তৰাঞ্চলত দেখা দিয়া বিশুদ্ধ খোৱা পানীৰ কিছু সমস্যা থকাৰ কথা উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে খোৱাপানীৰ সমস্যাটো পৰ্য্যায় ক্ৰমে সমাধান হ’ব বুলিও মন্তব্য কৰে।

আনহাতে স্বাস্থ্য কৰ্মীৰ বাবে চৰকাৰে ৫০,০০০ টকাৰ বীমা পলিচি ঘোষণা কৰাৰ পাছত দুৰ্যোগৰ সময়ত কৰ্তব্যত নিয়োজিত সংবাদ কৰ্মী সকলকো চৰকাৰী বীমা পলিচিৰ আওতালৈ অনাৰ বাবে চৰকাৰৰ লগত আলোচনা কৰিব বুলি জনায় মন্ত্ৰী গৰাকীয়ে।

বাক্সা জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই আঁত ধৰা অনুষ্ঠানত কেইবাগৰাকী অতিৰিক্ত উপায়ুক্তকে ধৰি বাক্সা জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd