• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টীয়কৰ শিক্ষানুষ্ঠান সমূহ শীঘ্ৰে চেনিটাইজ আৰু অবৈধ মদ,ভাং,জুৱাৰ ঘাটি উচ্ছেদৰ দাবীৰে জিলা উপায়ুক্তলৈ আছুৰ স্মাৰকপত্ৰ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
April 8, 2020 8:33 am
AASU memorandum

টীয়ক আছুৰ স্মাৰক পত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্ৰতি মহামাৰী ক’ৰ’না ভাইৰাছ ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ব্যাপকভাৱে সংক্ৰমিত হৈছে।

অসম চৰকাৰে এই সংক্ৰমণ ৰোধ কৰিবৰ বাবে জনবহুল এলেকাসমূহ চেনিটাইৰাজ কৰাৰ ব্যৱস্থা গ্ৰহণ কিছে।

Apply Now

ল’কডাউন খোলাৰ লগে লগে শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীসকলৰ সু-স্বাস্থ্য অটুট ৰখাৰ স্বাৰ্থত যোৰহাট জিলাৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টীয়ক, কাকজান মহাবিদ্যালয়, যোৰহাট উদ্যোগিক আৰু প্রযুক্তিবিদ্যা প্ৰতিষ্ঠান, ঘনকান্ত বৰুৱা মহাবিদ্যালয়,টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়, চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, লাহিং উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাকজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  লগতে বৃহত্তৰ টীয়ক অঞ্চলৰ সমূহ চৰকাৰী-বেচৰকাৰী বিদ্যালয়-মহাবিদ্যালয়ত চেনিটাইৰাজ ব্যৱস্থাৰে সামৰি লবলৈ আৰু ল’কডাউনৰ সময়ত বৃহত্তৰ টীয়ক অঞ্চলত চলি থকা অবাধ হাৰত মদ, ভাং আৰু জুৱাৰ আড্ডা উচ্ছেদৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা আৰু বিভিন্ন আনচলিক সমিতিয়ে l

মঙলবাৰে উল্লেখিত বিষয় সন্দৰ্ভত ছাত্ৰ সন্থাই এখনি স্মাৰকপত্ৰ টীয়ক ৰাজহ চক্ৰ বিষয়া আকাশী দুৱৰাৰ যোগেদি জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰিছে l

টীয়ক আছুৰ সভাপতি আৰু সম্পাদক ক্ৰমে ৰণ্টু ভূঞা, প্ৰীতমজ্যোতি শইকীয়া, শিমলুগুৰি মৌজা আছুৰ সভাপতি সম্পাদক দেৱব্ৰত শইকীয়া, কংকুল বৰুৱা, কাকজান আছুৰ সভাপতি সম্পাদক সংকল্প গগৈ, চম্পক দত্ত, লাহিং আছুৰ সভাপতি সম্পাদক পলাশ বৰুৱা, মিন্টু গগৈ, চেলেং আছুৰ সভাপতি সম্পাদক সুবিৰাজ নেওগ, মুকুন্দ মাধৱ চুতীয়াৰ স্বাক্ষৰিত এখনি স্মাৰকপত্ৰ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ, সাংগঠনিক সম্পাদক নয়নজ্যোতি নেওগৰ উপস্থিতিত ৰাজহ চক্ৰ বিষয়া আকাশী দুৱৰাক প্ৰদান কৰে বুলি ছাত্ৰ সংগঠন টোৱে সংবাদ মাধ্যমক জানিবলৈ দিছে ।

Tags: COVID-19
নিৰ্মলেন্দু পাঠক

নিৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd