• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খাদ্য সামগ্ৰী নিয়ন্ত্ৰণৰ বাবে তৎপৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী; মহানগৰীত কৰিলে চৰজমিন তদন্ত

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 8, 2020 4:53 pm
index

চৰজমিন কৰি থকা মুহূৰ্তত মন্ত্ৰী চৌধুৰী, ফ'টো-নৰ্থ ইষ্ট নাও

4.6k
VIEWS
Share on FacebookShare on Twitter

খাদ্য সামগ্ৰী নিয়ন্ত্ৰণৰ বাবে তৎপৰ হৈ পৰিছে যোগান মন্ত্ৰী ফনীভুষণ চৌধুৰী৷ পিন্ধনত এটা ছাৰ্ট আৰু এখন লুঙী পিন্ধি সাধাৰণ জনতাৰ শাৰীত দেখা গ’ল মন্ত্ৰী গৰাকীক।

মহানগৰীৰ বজাৰে বজাৰে তদন্ত মন্ত্ৰী গৰাকীৰ ৷

ল’কডাউনৰ সময়ত ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে খাদ্য সামগ্ৰীৰ মূল্য। বিভাগে নিৰ্ধাৰণ কৰি দিয়াৰ মূল্যৰ তুলনাত অধিক মূল্যত একাংশ ক’লা ব্যৱসায়ীৰ লগতে দুষ্ট চক্ৰই নিজৰ খেয়াল- খুচিৰ মতে বৃদ্ধি কৰিছে খাদ্য-সামগ্ৰীৰ মূল্য।

এই কথা বিগত কেইবাদিনো ৰাজ্য সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে অধিক তৎপৰ হৈ পৰিছে ৰাজ্য যোগান বিভাগ।

গুৱাহাটীৰ বজাৰে বজাৰে খাদ্য-সামগ্ৰীৰ মূল্যৰ চৰজমিন তদন্ত কৰিছে যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে।

গ্ৰাহকৰ ৰূপত চুপাৰ মাৰ্কেটত মন্ত্ৰী চৌধুৰীয়ে আজি তদন্ত চলাই খাদ্য সামগ্ৰীৰ মূল্য। পিন্ধনত এটা ছাৰ্ট আৰু এইদৰে এখন লুঙী পিন্ধি সাধাৰণ জনতাৰ শাৰীত দেখা গ’ল মন্ত্ৰী গৰাকীক।

Tags: COVID-19

Recent News

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

প্রান্তীয় খণ্ডসমূহৰ পৰা ২০২৫-২৬ বৰ্ষৰ বৃত্তিৰ বাবে আবেদন আহ্বান কৰিছে শ্ৰম কল্যাণ আয়ুক্তই

প্রান্তীয় খণ্ডসমূহৰ পৰা ২০২৫-২৬ বৰ্ষৰ বৃত্তিৰ বাবে আবেদন আহ্বান কৰিছে শ্ৰম কল্যাণ আয়ুক্তই

ৰাজস্থানৰ এখন বিদ্যালয়ৰ চাল ভাঙি মৃত্যু ৭ জনৰ! ৬০ জনতকৈ অধিক আবদ্ধ হৈ পৰাৰ আশংকা

ৰাজস্থানৰ এখন বিদ্যালয়ৰ চাল ভাঙি মৃত্যু ৭ জনৰ! ৬০ জনতকৈ অধিক আবদ্ধ হৈ পৰাৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd