• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ভিড-১৯: দৰঙৰ ১০জনৰ নমুনা প্ৰেৰণ, সংস্পৰ্শলৈ আহিছিল ৰোগীৰ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
April 12, 2020 6:48 pm
5 persons test COVID-19 positive in Assam on Thursday

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৰঙৰ দহজন ব্যক্তিৰ স্বব নমুনা ক’ভিড-১৯ পৰীক্ষাৰ বাবে দেওবাৰে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।

এই আটাইকেইজন ব্যক্তিৰ গুৱাহাটীৰ আঠগাওঁ মছজিদৰ ধৰ্মীয় সভাৰ সৈতে সম্পৰ্ক আছে। তেওঁলোক ক’ভিড-১৯ পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ আহিছিল।

Apply Now

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত তেওঁলোকৰ নমুনা পৰীক্ষা কৰা হ’ব আৰু সোমবাৰে ফলাফল পোৱা যাব বুলি আশা কৰা হৈছে।

দৰঙৰ স্বাস্থ্য বিভাগৰ মিডিয়া কমিউনিকেচন অফিচাৰ নিৰ্মল কুমাৰ বেৰিয়াই নৰ্থইষ্ট নাওত এই তথ্য সদৰী কৰিছে।

খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উক্ত দহজন লোকৰ চাৰিজনক আৰু ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু মঙলদৈৰ জনাৰাম চৌকা মডেল হস্পিটেলত তিনিজনকৈ কুৱাৰেণ্টাইন কৰি ৰখা হৈছে।

স্বাস্থ্য বিভাগৰ বিষয়াগৰাকীয়ে জনোৱা মতে শনিবাৰৰ পৰা ব্যক্তিকেইজনক কুৱাৰেণ্টাইন কৰা হৈছে।

গুৱাহাটীৰ আঠগাওঁ মছজিদক ইতিমধ্যে ১৪দিনৰ বাবে ছীল কৰি অঞ্চলটোক কণ্টেইনমেণ্ট জ’নৰূপে ঘোষণা কৰা হৈছে।

আঠগাওঁ মছজিদত সভা কৰা তিনিজন ব্যক্তিক ইতিমধ্যে ক’ভিড-১৯ পজিটিভ পোৱা গৈছে।

ধুবুৰীতো শনিবাৰে ১৯গৰাকী ব্যক্তিক কুৱাৰেণ্টাইন কৰা হৈছে। এই আটাইকেইগৰাকী ব্যক্তিয়ে আঠগাওঁ মছজিদত ধৰ্মীয় সভা অনুষ্ঠিত কৰা ক’ভিড-১৯ ৰোগীকেইগৰাকীৰ সংস্পৰ্শলৈ আহিছিল।

আঠগাওঁ মছজিদৰ ধৰ্মীয় সভাত কমেও এশগৰাকী ব্যক্তিয়ে ভাগ লোৱা বুলি প্ৰকাশ পাইছে।

পিছত ইয়াৰে একাংশ ব্যক্তিয়ে বিলাসীপাৰাৰ এটা মছজিদতো সভা অনুষ্ঠিত কৰিছিল। সেই মছজিদটোকো ইতিমধ্যে প্ৰশাসনে ছীল কৰিছে।

Tags: COVID-19
ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd