• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ভিড-১৯: দৰঙৰ ১০জনৰ নমুনা প্ৰেৰণ, সংস্পৰ্শলৈ আহিছিল ৰোগীৰ

Mayukh Goswami ময়ূখ গোস্বামী
মঙলদৈ , April 12, 2020 6:48 pm

2 min read

5 persons test COVID-19 positive in Assam on Thursday

প্ৰতিনিধিত্বমূলক ফটো

19.5k
VIEWS
Share on FacebookShare on Twitter

দৰঙৰ দহজন ব্যক্তিৰ স্বব নমুনা ক’ভিড-১৯ পৰীক্ষাৰ বাবে দেওবাৰে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।

এই আটাইকেইজন ব্যক্তিৰ গুৱাহাটীৰ আঠগাওঁ মছজিদৰ ধৰ্মীয় সভাৰ সৈতে সম্পৰ্ক আছে। তেওঁলোক ক’ভিড-১৯ পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ আহিছিল।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত তেওঁলোকৰ নমুনা পৰীক্ষা কৰা হ’ব আৰু সোমবাৰে ফলাফল পোৱা যাব বুলি আশা কৰা হৈছে।

দৰঙৰ স্বাস্থ্য বিভাগৰ মিডিয়া কমিউনিকেচন অফিচাৰ নিৰ্মল কুমাৰ বেৰিয়াই নৰ্থইষ্ট নাওত এই তথ্য সদৰী কৰিছে।

খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উক্ত দহজন লোকৰ চাৰিজনক আৰু ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু মঙলদৈৰ জনাৰাম চৌকা মডেল হস্পিটেলত তিনিজনকৈ কুৱাৰেণ্টাইন কৰি ৰখা হৈছে।

স্বাস্থ্য বিভাগৰ বিষয়াগৰাকীয়ে জনোৱা মতে শনিবাৰৰ পৰা ব্যক্তিকেইজনক কুৱাৰেণ্টাইন কৰা হৈছে।

গুৱাহাটীৰ আঠগাওঁ মছজিদক ইতিমধ্যে ১৪দিনৰ বাবে ছীল কৰি অঞ্চলটোক কণ্টেইনমেণ্ট জ’নৰূপে ঘোষণা কৰা হৈছে।

আঠগাওঁ মছজিদত সভা কৰা তিনিজন ব্যক্তিক ইতিমধ্যে ক’ভিড-১৯ পজিটিভ পোৱা গৈছে।

ধুবুৰীতো শনিবাৰে ১৯গৰাকী ব্যক্তিক কুৱাৰেণ্টাইন কৰা হৈছে। এই আটাইকেইগৰাকী ব্যক্তিয়ে আঠগাওঁ মছজিদত ধৰ্মীয় সভা অনুষ্ঠিত কৰা ক’ভিড-১৯ ৰোগীকেইগৰাকীৰ সংস্পৰ্শলৈ আহিছিল।

আঠগাওঁ মছজিদৰ ধৰ্মীয় সভাত কমেও এশগৰাকী ব্যক্তিয়ে ভাগ লোৱা বুলি প্ৰকাশ পাইছে।

পিছত ইয়াৰে একাংশ ব্যক্তিয়ে বিলাসীপাৰাৰ এটা মছজিদতো সভা অনুষ্ঠিত কৰিছিল। সেই মছজিদটোকো ইতিমধ্যে প্ৰশাসনে ছীল কৰিছে।

Tags: COVID-19

Recent News

Sibsagar

আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ আন এক উদ্ভাৱন ‘মনোৰথ’

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

Cement-Syndicate-1024x512

নিৰ্বাচনমুখী অসমত অসাধু চিমেন্ট ‘ছিণ্ডিকেট’য়ে বঢ়ালে চিমেন্টৰ মূল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd