• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লকডাউনৰ মাজতে পাঁচ বিদেশী পৰ্যটকৰ প্ৰৱেশক লৈ গুৱাহাটীত আতংক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 13, 2020 6:49 am
WhatsApp Image 2020-04-13 at 1.09.09 AM

দেওবাৰে নিশা গুৱাহাটীত প্ৰৱেশ কৰা বিদেশী পৰ্যটকৰ মাজৰ এজন। ফটো: নৰ্থইষ্ট নাও

5.4k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ সংক্ৰমণকলৈ চলি থকা লকডাউনৰ সময়তে গুৱাহাটীত দেওবাৰে নিশা হঠাৎ পাঁচ বিদেশী পৰ্যটক প্ৰৱেশৰ ঘটনাই শংকাৰ সৃষ্টি কৰে। পৰ্যটককেইজনৰ তিনিজন ফ্ৰান্স, এজন ইটালী আৰু এজন স্পেইনৰ।

তেওঁলোক মণিপুৰৰ পৰা গুৱাহাটী, শিলিগুৰি হৈ দিল্লীলৈ যোৱাৰ কথা আছিল।  পাঁচোজন বিদেশী নাগৰিকে মণিপুৰত ২৬ দিন কোৱাৰেন্টাইনত থাকি অহা বুলি তেওঁলোকৰ মাজৰে এজনে সংবাদমাধ্যমৰ আগত দাবী কৰে।

অৱশ্যে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে তেওঁলোকে কোৱাৰেন্টাইন শেষ কৰি অহা বুলি টুইটাৰ যোগে জানিবলৈ দিয়ে।

তেওঁলোকৰ মণিপুৰৰ পৰা দিল্লী যাবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অনুমতি পত্ৰ আছে বুলিও সিঙে দাবী কৰে।

বেলতলাৰ ছাৰ্ভেৰ অজন্তা পথত সংঘটিত হৈছে এই ঘটনা। অজন্তা পথৰ এটা অতিথিশালাত নিশা কটাবৰ বাবে এখন ইনোভা বাহনেৰে আহি উপস্থিত হোৱাৰ পাছতেই স্থানীয় ৰাইজ আতংকিত হয় আৰু একপ্ৰকাৰ হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়।

3 French, 1 Italian, 1 Spanish nationals have reached guwahati Assam from Manipur enroute Delhi. They have approval of Ministry of External Affairs to travel from Manipur to Delhi via Siliguri. They’ve completed their quarantine at Manipur. There’s no need to panic.

— GP Singh (@gpsinghassam) April 12, 2020

স্থানীয় কোনো লোকে হাতীগাঁও আৰক্ষীক খবৰ দিয়াত তেওঁলোক উপস্থিত হৈ পাঁচোজনকে বাহনসহ থানালৈ লৈ যায়।

জানিব পৰা মতে, নিশা প্ৰায় ১০:৩০ বজাত চাৰ্ভেত উপস্থিত হৈছিল বিদেশী পৰ্যটক কেইজন।

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৰাইজৰ প্ৰতি টুইটাৰ যোগে আহ্বান জনাই কয়, “ভয় খাবলগীয়া একো কথা নাই।”

ইপিনে, ২৬ দিনীয়া কোৱাৰেন্টাইনৰ সময়ছোৱাত প্ৰত্যেক দিনাই তেওঁলোকক চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰিছিল বুলি এজন বিদেশী পৰ্যটকে জানিবলৈ দিয়ে।

তদুপৰি, ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পূৰ্বে তেওঁলোক ভাৰতত উপস্থিত হোৱা বুলি এজন পৰ্যটকে সদৰী কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd