• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীত জীৱ-জন্তুক খাদ্য যোগান ধৰি মহানুভৱতাৰ পৰিচয় দিছে কেইজমান প্ৰচাৰবিমুখ যুৱকে

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 13, 2020 7:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ল‘কডাউনৰ ফলত স্তব্ধ সকলো৷ যাৰ ফলত উপাৰ্জনহীন হৈ পৰিছে দিন হাজিৰা কৰা লোকৰ লগতে কৃষক আৰু দৈনিক মজুৰীৰ ওপৰত নিৰ্ভৰ শ্ৰমিকৰ পৰিয়ালসমূহ ৷

এনে পৰিয়ালসমূহলৈ সাহায্য প্ৰদান কৰি মহানুভৱতাৰ পৰিচয় দিছে বিভিন্ন চৰকাৰী সংস্থা, স্বেচ্চাসেৱী অনুষ্ঠান, আৰক্ষী আৰু অন্যান্য চৰকাৰী চাকৰিয়ালসকলে৷ খাদ্য সামগ্ৰীৰ লগতে নগদ ধন আদিৰে সহায় কৰা দেখিবলৈ পোৱা গৈছে।

Apply Now

ইফালে ল’কডাউনৰ ফলত মহানগৰীৰ বিভিন্ন স্থানৰ মঠ মন্দিৰত নাই কোনো জনসমাগম৷ যাৰ ফলত মঠ মন্দিৰসমূহত থকা হাঁহ, পাৰ, গৰু–চাগলী, বান্দৰ আদিৰ লগতে ৰাজপথত বিচৰণ কৰা গৰাকীবিহীন এনেবোৰ প্ৰাণী তথা পক্ষীকুলও ভীষণ খাদ্য সংকটত পৰিছে৷

তেনে এক সময়তে মহাহনগৰীৰ বন্যপ্ৰাণী তথা জীৱজন্তু প্ৰেমী যুৱকে নিজাববীয়াকৈ বিভিন্ন স্থানত থকা এনে প্ৰাণীবোৰকো প্ৰতিদিনে খাদ্যৰ যোগান ধৰিবলৈ আৰম্ভ কৰিছে৷
তেওঁলোকৰ কেইজনমান হ‘ল চিৱচন হাতীবৰুৱা , ভাস্কৰ্য্য বৰুৱা আৰু পংকজ বৰদলৈ ৷

গুৱাহাটীৰ বশিষ্ঠ, উগ্ৰতাৰা, কামাখ্যা, নৱগ্ৰহ, মন্দিৰৰ চৌহদৰ কপীকুল, হাঁহ, পাৰ আৰু অন্যান্য পক্ষীকো বিভিন্ন লোকৰ সৈতে তেওঁলোকেও গৈ নীৰৱে যোগান ধৰিছে খাদ্য ৷

বৰ্তমান সময়ত ল’কডাউনৰ বাবে এই মন্দিৰসমূহত দেৱ–দেৱীৰ দৰ্শনৰ দুৱাৰ বন্ধ যদিও কতৃপক্ষৰ অনুমতি লৈ মন্দিৰৰ চৌহদত প্ৰৱেশ কৰি দৈনিক এনেদৰে নিয়মীয়াভাৱে খাদ্যৰ যোগান ধৰি এওঁলোকে দেখুৱাইছে মহানুভৱতা ৷

তাৎপৰ্যপূৰ্ণভাৱে তেওঁলোক বিৰত আছে প্ৰচাৰৰ পৰা৷ দলটিৰ সদস্য পংকজ বৰদলৈয়ে প্ৰচাৰ বিমুখ এই কাৰ্যৰ সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ ক’লে, ‘মই এই কাম প্ৰচাৰৰ বাবে কৰা নাই। কিন্তু এই প্ৰাণীবোৰে কাৰোৰপৰা খাদ্যৰ সহায় বিচাৰিব নোৱাৰে অথবা খাদ্যৰ সহায় আগবঢ়োৱা সকলক ধন্যবাদ জনোৱাৰ ভাষাও তেওঁলোকৰ নাই। কিন্তু এনে সময়ত ভোকাতুৰ প্ৰাণীবোৰক এমুঠি আহাৰ দিবলৈ পাই মই নিজেই নথৈ আনন্দিত হৈছো। প্ৰচাৰৰ হাবিয়াস নাই। কেৱল যি পাৰো কৰি গৈছো৷’

তেওঁলোকে ৰাইজকো আহ্বান জনাই যে এনে প্ৰাণীবোৰক সহায় কৰিব লাগে৷ যিহেতু প্ৰানীবোৰে প্ৰকাশ কৰিব নোৱাৰে আৰু সেয়ে তেওঁলোকৰ মনৰ ভাৱ আমি নিজেই বুজিব লাগিব ৷

সংকটৰ সময়ত তেওঁলোকৰ এই পদক্ষেপ সঁচাকৈ প্ৰশংসনীয়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd