• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাভাইৰাছৰ বিৰুদ্ধে এগচি বন্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2020 11:48 pm
Unity against COVID-19: Assam lights diya in response to CM Sonowal's call

বন্তি প্ৰজ্বলন কৰি মুখ্য মন্ত্ৰী সোণোৱাল।

2.6k
VIEWS
Share on FacebookShare on Twitter

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনা অসমৰ ৰাইজে কৰ’নাভাইৰাছৰ বিৰুদ্ধে বন্তি জ্বলোৱা পৰিলক্ষিত হয়।

গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন স্থানত লোকসকলে ঘৰৰ পদূলিত বন্তি জ্বলোৱা দেখা যায়।

অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত মঙলবাৰে সন্ধিয়া ৬ বজাত সকলোৰে ঘৰৰ পদূলিমুখত এগছিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ মুখ্য মন্ত্ৰী সোণোৱালে সোমবাৰে অনুৰোধ জনাইছে।

এই বন্তিৰ পোহৰে নাশ কৰক সমাজৰ সকলো আন্ধাৰ আৰু সুখ, শান্তি, সমৃদ্ধিৰে উজলি উঠক অসমৰ প্ৰতিটো পৰিয়াল#LightADiya pic.twitter.com/9Bza19wWRY

— Sarbananda Sonowal (@sarbanandsonwal) April 14, 2020

বন্তিৰ শিখাই ক’ভিড-১৯ৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজিবলৈ সংকল্প যোগাব বুলি মুখ্য মন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছিল।

“এই বন্তিৰ শিখাই আমাক লৈ যাব অন্ধকাৰৰপৰা পোহৰৰ দিশলৈ আৰু মনত যোগাব সাহস, শক্তি আৰু ক’ভিড-১৯ৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজাৰ দৃঢ় সংকল্প,” তেওঁ কৈছিল।

বিশ্বজুৰি মহামাৰীৰ ৰূপ লোৱা ক’ভিড-১৯ত আক্ৰান্ত হৈ অসমত এতিয়ালৈকে এজন লোকৰ মৃত্যু হৈছে।

এতিয়ালৈকে ৰাজ্যখনত মুঠ ৩২গৰাকী ব্যক্তি ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে।

মঙলবাৰে ধুবুৰীৰ এগৰাকী মহিলা ক’ভিড-১৯ আক্ৰান্তৰূপে চিনাক্ত হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে মহিলাগৰাকী নিজামুদ্দিন মাৰ্কাজ আৰু আঠগাওঁ মছজিদৰ ধৰ্মীয় সভাত ভাগ লোৱা এজন লোকৰ পত্নী।

অসমত ক’ভিড-১৯ আক্ৰান্ত এজনৰ ইতিমধ্যে মৃত্যু ঘটিছে।

বাকী আটাইকেইজন ৰোগী বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে।

চিকিৎসাধীন পাঁচগৰাকী ৰোগীৰ নমুনা পৰীক্ষণত নিগেটিভ অহা বুলি স্বাস্থ্য মন্ত্ৰী শৰ্মাই পূৰ্বে উল্লেখ কৰিছিল।

ইপিনে মঙলবাৰে সাংবাদিকৰে হোৱা কথা-বতৰাত মন্ত্ৰীজনে কয় যে কিছুসংখ্যক ৰোগীক ২০ এপ্ৰিলৰ পূৰ্বে চিকিৎসালয়ৰ পৰা যাবলৈ দিব পৰা হ’ব বুলি আশা কৰা হৈছে।

কিন্তু সেই সন্দৰ্ভত বুধবাৰে সন্ধিয়ালৈহে নিশ্চিতকৈ ক’ব পৰা যাব বুলি তেওঁ উল্লেখ কৰে।

Tags: COVID-19

Recent News

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd