• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধান মন্ত্ৰীৰ আহ্বানক সহাৰি জনাই পুৰণিগুদামৰ মহিলাই তৈয়াৰ কৰিছে গামোচাৰ শতাধিক মাস্ক

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
April 15, 2020 9:36 am
Puranigudam story
3k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে ৰাতিপুৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰক সম্বোধনৰ সময়ত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজকে সুৰক্ষিত কৰিবৰ বাবে দেশবাসীক নিজৰ ঘৰতে তৈয়াৰী মাস্ক তথা মুখাভূষণ পৰিধান কৰিবলৈ আহ্বান জনোৱাৰ পাছতে প্ৰধান মন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাইছে নগাঁও জিলাৰ পুৰণিগুদামৰ একাংশ মহিলাই।

বহাগ বিহুৰ সময়ত পুৰণিগুদামৰ সূতাৰ ডেকাচুকৰ পাঁচগৰাকী মহিলা একত্ৰিত হৈ গামোচাৰে মাস্ক তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে।

কোনোবাই যদি গামোচাত ফুল তুলিছ আন কোনোবা এগৰাকীয়ে জোখ-মাখ লৈ কাপোৰ কাটিছে, আন এগৰাকী আকৌ ব্যস্ত হৈ পৰিছে গামোচাৰ কটা অংশবোৰেৰে মাস্ক চিলাই কাৰ্য্যত।

বিহুৰ দিনকেইটাত পৰম্পৰা অনুসৰি মহিলা কেইগৰাকীয়ে জ্যেষ্ঠ তথা আপোনজনক বিহুৱান দিয়াৰ বিপৰীতে এইবাৰ গামোচাৰে তৈয়াৰী মাস্ক প্ৰদান কৰাৰ পৰিকল্পনা কৰি বিগত কিছুদিন ধৰি বহু সংখ্যক মাস্ক তৈয়াৰ কৰি আহিছিল যদিও প্ৰধান মন্ত্ৰীৰ আহ্বানৰ পাছত এতিয়া আটাইকেইগৰাকী মহিলাই দিনটোৰ ভিতৰতে প্ৰায় শতাধিক মাক্স তৈয়াৰ কৰিছে ।

অৱশ্যে, বিহুৱান হিচাপে মহিলা কেইগৰাকীয়ে মাস্ক সমূহ আপোনজনক প্ৰদান কৰিব যদিও বাকী সংখ্যক মাস্ক উপযুক্ত দৰত বিক্ৰী কৰা বাবেও মনস্থ কৰিছে।

তেওঁলোকৰ মতে, ক’ৰ’না ভাইৰাছৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ হ’লে সামাজিক দূৰত্ব বজাই ৰাখি প্ৰত্যেকেই মাস্ক পৰিধান কৰিব লাগিব।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd