• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ২ মিলিয়ন অতিক্ৰম; ভাৰতত ১১,৪৩৯ লৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 15, 2020 11:59 am
Story-4-5-1140x570

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

19.9k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ পৰিয়াল কল্যান মন্ত্ৰ্যালয়ে মঙলবাৰে ভাৰতত ক’ৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১১,৪৩৯ গৰাকীলৈ বৃদ্ধি পাইছে বুলি সদৰি কৰে।

দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত এতিয়ালৈ ৩৭৭ গৰাকী লোকৰ মৃত্যু হৈছে আৰু মুঠ ১,৩০৬ গৰাকী ৰোগী ক’ৰ’না ভাইৰাছৰ পৰা চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

আনহাতে, ভাৰতত বৰ্তমান ৯৭৫৬ গৰাকী সক্ৰিয় ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা ৰোগী আছে যাৰ ভিতৰত মুঠ ৭৬ গৰাকী বিদেশী নাগৰিক।

সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই আজি ২ মিলিয়ন অতিক্ৰম কৰে।

অসমতো ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা মঙলবাৰে নিশা ৩২ গৰাকীলৈ বৃদ্ধি পায়।

ধুবুৰীৰ এগৰাকী মহিলাৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে।

উল্লেখযোগ্য যে, ১৪ তাৰিখে প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰক সম্বোধন কৰি দ্বিতীয় পৰ্যায়ৰ বাবে ভাৰতত ল’কডাউন ৩ মে’লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।

Tags: COVID-19

Recent News

ধূমপান নকৰা মহিলাৰ মাজত বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কট ৰোগ! জানো আহক ৫টা কাৰণ

ধূমপান নকৰা মহিলাৰ মাজত বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কট ৰোগ! জানো আহক ৫টা কাৰণ

খাদ্য খোৱাৰ পাছত মাত্ৰ ২ মিনিট খোজ কাঢ়িলেই পাব আচৰিত ফলাফলঃ নতুন গৱেষণাৰ দাবী

খাদ্য খোৱাৰ পাছত মাত্ৰ ২ মিনিট খোজ কাঢ়িলেই পাব আচৰিত ফলাফলঃ নতুন গৱেষণাৰ দাবী

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd