• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি সন্ধিয়া প্ৰধান মন্ত্ৰী মোদীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 15, 2020 1:02 pm
81ca781c4d6bc979cce079470b7d5fb6

প্ৰতিনিধিত্বমূলক চিত্ৰ

1.1k
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিল্লীৰ আবাস ৭, লোক কল্যাণ মাৰ্গত আজি সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হৈছে।

আজিৰ এই বৈঠকত ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ ভয়াবহতা আৰু দেশত ৩ মে’লৈকে বৃদ্ধি কৰা লকডাউন সন্দৰ্ভত বিস্তৃতৰূপত আলোচনা হোৱাৰ সম্ভাৱনা আছে বুলি এটা সূত্ৰই জনায়।

উল্লেখ্য যে ১৪ এপ্ৰিল অৰ্থাৎ মঙলবাৰে প্ৰধান মন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰি ৩ এপ্ৰিললৈকে লকডাউন বৃদ্ধিৰ ঘোষণা কৰিছিল।

ইয়াৰ পূৰ্বে ২৫ মাৰ্চত ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ ২১ দিন অৰ্থাৎ ১৪ এপ্ৰিললৈকে লকডাউন ঘোষণা কৰিছিল। কালি অৰ্থাৎ মঙলবাৰে লকডাউনৰ ম্যাদ অন্ত পৰাৰ কথা আছিল যদিও ক’ৰ’নাৰ আতংক নকমাৰ বাবে পুনৰ ৩ মে’লৈ বৃদ্ধি কৰে।

অৱশ্যে ২০ এপ্ৰিলৰ পিছত কিছি কিছু ক্ষেত্ৰত ৰেহাই দিয়া হ’ব বুলি আজি কেন্দ্ৰ গৃহ বিভাগে জাৰি নিৰ্দেশনাত উল্লেখ কৰিছে।

ইফালে দেশত ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই আছে। স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি আজি ৰাতিপুৱালৈ দেশত ১১ হাজাৰৰো অধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে ৩৭৭ গৰাকী লোকৰ।

Tags: COVID-19

Recent News

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd