• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সম্পূৰ্ণৰূপে সুস্থ অসমৰ দুগৰাকী ক’ভিড-১৯ আক্ৰান্ত, চিকিৎসালয়ৰ পৰা মুক্তি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 15, 2020 7:59 pm
Himanta Biswa Sarma

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুগৰাকী ক’ভিড-১৯ পজিটিভ ৰোগী অসমত বুধবাৰে সম্পূৰ্ণৰূপে সুস্থ হৈছে।

জোনাব আলি (৪৬) আৰু নুৰুদ্দিন আলি (৫৫) নামৰ লোক দুজনক বুধবাৰে সন্ধিয়া চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।

দুয়োগৰাকী ৰোগীক সোণাপুৰ অসামৰিক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুস্থ ব্যক্তি দুগৰাকীৰ উপস্থিতিত আয়োজিত সংবাদমেলত এই কথা সদৰী কৰে।

তেওঁ কয় যে এই দুয়োজন ব্যক্তিয়ে ক’ভিড-১৯ৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে আৰু কোনো ব্যক্তিয়ে তেওঁলোকৰ পৰা সংক্ৰমণ আহিব বুলি ভয় খোৱাৰ কাৰণ নাই।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত যোৱা ১৩ আৰু ১৪ এপ্ৰিলত নমুনা পৰীক্ষাত দুয়োগৰাকী ব্যক্তিকে ক’ভিড-১৯ নিগেটিভ পোৱা গৈছে।

তাৰ পিছত বুকুৰ এক্সৰে’ আদিতো চিকিৎসকে তেওঁলোকৰ একো বিসংগতি দেখা পোৱা নাই। জ্বৰ-কাঁহ একো পোৱা নাই বুলি চিকিৎসকে প্ৰমাণ পত্ৰ দিছে।

চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে যদিও দুয়োজন ব্যক্তিকে ১৪ দিনৰ বাবে জাগীৰোড কাগজ কলৰ অতিথিশালাত থাকিবলৈ কোৱা হৈছে।

অতিথিশালাত থকাৰ সময়ত দুয়োগৰাকী ব্যক্তিয়ে সাধাৰণ জীৱন যাপন কৰিব পাৰিব আৰু বেলেগ লোকেও তেওঁলোকক সাক্ষাৎ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

তেওঁলোকৰ লগতে আৰু এজন ব্যক্তিক মুকলি কৰিব খোজা হৈছিল যদিও শেহতীয়া পৰীক্ষাত তেওঁক ক’ভিড-১৯ পজিটিভ পোৱাত পুনৰ চিকিৎসাৰ বাবে ৰখা হয়।

ইফালে বৃহস্পতিবাৰে গোৱালপাৰাতো তিনিগৰাকী ৰোগীক মুকলি কৰিব পৰা যাব বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

২০ এপ্ৰিলৰ ভিতৰত আৰু বহুকেইগৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা মুকলি কৰিব পৰা হ’ব বুলি সংবাদমেলত স্বাস্থ্য মন্ত্ৰী শৰ্মাই উল্লেখ কৰে।

দুগৰাকী ৰোগী সুস্থ হৈ উঠাৰ ফলত অসমত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ২৯লৈ হ্ৰাস পালে। আক্ৰান্ত এজনৰ ইতিমধ্যে মৃত্যু হৈছে।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

September 11, 2025 7:33 am
নতুনকৈ মুকলি কৰা আইফোন ১৭ কিনাৰ পৰিকল্পনা কৰিছে নেকি? জানক দাম আৰু বৈশিষ্ট্য

নতুনকৈ মুকলি কৰা আইফোন ১৭ কিনাৰ পৰিকল্পনা কৰিছে নেকি? জানক দাম আৰু বৈশিষ্ট্য

September 11, 2025 6:30 am
কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm
প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

September 10, 2025 8:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

September 11, 2025 7:33 am
নতুনকৈ মুকলি কৰা আইফোন ১৭ কিনাৰ পৰিকল্পনা কৰিছে নেকি? জানক দাম আৰু বৈশিষ্ট্য

নতুনকৈ মুকলি কৰা আইফোন ১৭ কিনাৰ পৰিকল্পনা কৰিছে নেকি? জানক দাম আৰু বৈশিষ্ট্য

September 11, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd