• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ল’মালিৰ প্ৰেছবাইটেৰিয়ান সমাধিক্ষেত্ৰত WHOৰ নিৰ্দেশনা অনুসৰি অন্তিম সৎকাৰ ডাঃ ছাইল’ ৰিণটাথিয়াঙৰ মৃতদেহ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 16, 2020 3:19 pm
thumbnail-634x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ প্ৰথম গৰাকী  কোভিড-১৯ৰ বলি ডাঃ জন এল ছাইল’ ৰিণটাথিয়াঙক বৃহস্পতিবাৰে বিয়লি ল’মালিত ৰিয়াটছামথিয়াহ প্ৰেছবাইটেৰিয়ান গীৰ্জাৰ সমাধিক্ষেত্ৰত সৎকাৰ কৰা হয়।

শ্বিলঙৰ বেথানি হাস্পাতলৰ চিকিৎসক ডাঃ জন এল ছাইল’ ৰিণটাথিয়াঙৰ  কোভিড-১৯ৰ বিভিন্ন জটিলতাত ভোগাৰ পাছত বুধবাৰে আবেলি ২-৪৫ বজাত মৃত্যু ঘটে।

Apply Now

কোভিড-১৯ৰ বলি হোৱা লোকজনৰ মৃতদেহটো এখন এম্বুলেঞ্চত সমাধিক্ষেত্ৰলৈ লৈ যোৱা হয়।

কফিনটো বগা ৰঙৰ পিপিই পৰিধান কৰা লোকে সমাধিক্ষেত্ৰলৈ লৈ যোৱা দেখা যায় আৰু এখন বুলডজাৰৰ সহায়ত কফিনটো সমাধিত ৰখা হয়।

WhatsApp-Image-2020-04-16-at-1.59.32-PM-640x815

 

জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ উপস্থিতিত স্থানীয় গীৰ্জাৰ পৰা অহা যাজকে মৃত আত্মাৰ প্ৰতি প্ৰাৰ্থনা জনায়।

বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰৰ নীতি-নিৰ্দেশনা অনুসৰি মৃতদেহটো সৎকাৰ কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত বুধবাৰে ৰাজ্য চৰকাৰখন শলঠেকত পৰিছিল।

 

কিন্তু ঝালুপাৰাৰ স্থানীয় বাসিন্দাসকলে মেঘালয়ৰ প্ৰথমগৰাকী কোভিড-১৯ৰ বলি লোকৰ মৃতদেহ সংক্ৰমণ বিয়পোৱাৰ শংকা প্ৰকাশ কৰি সৎকাৰ কৰাত জিলা প্ৰশাসনক অনুমতি দিবলৈ অস্বীকাৰ কৰিছিল।

তেওঁলোকে কৈছিল যে ইয়াত এজন কোভিড-১৯ৰোগীৰ মৃতদেহ সমাধিস্থ কৰাৰ বাবে কোনো সঠিক আন্তৰ্গাথনি নাই আৰু মাৰাত্মক ভাইৰাছটো অঞ্চলটোত বিয়পিব পাৰে।

স্থানীয় লোকে লগতে কৈছিল যে সমাধিক্ষেত্ৰৰ কৰ্মীসকল দক্ষ নহয় আৰু তেওঁলোকৰ সুৰক্ষা ব্যৱস্থা নাই বা ব্যক্তিগত সুৰক্ষাৰ আহিলাসমূহ নাই।

WhatsApp-Image-2020-04-16-at-1.59.27-PM-512x1024

পৰিকল্পনা অনুসৰি, সৎকাৰৰ পাছত ভষ্মখিনি এটা কফিনত ৰখা হ’ব আৰু সেইটো ৰি ভই জিলাৰ নংপ’ৰ ওচৰত থকা ডাঃ জন এল ছাইল’ ৰিণটাথিয়াঙৰ ফাৰ্ম হাউছত সমাধিস্থ কৰা হ’ব।

দুৰ্ভাগ্যজনকভাৱে, নংক’ দৰবাৰ শ্বনঙৰ কাৰ্যবাহী কমিটিয়েও কোভিড-১৯ৰোগীজনৰ মৃতদেহ তেওঁৰ ফাৰ্ম হাউছত সৎকাৰ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছিল।

দৰবাৰৰ সদস্যসকলে ভাইৰাছটো অঞ্চলটোত বিয়পিব পাৰে বুলি শংকা তথা চিন্তা ব্যক্ত কৰিছিল।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd