• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজত নিজৰ সমস্ত সঞ্চিত ধন দান কৰিলে এগৰাকী মহিলা ছাফাইকৰ্মীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 16, 2020 7:02 pm
pune-waste-picker.jpg

মহিলা ছাফাইকৰ্মী গাওৱালানবাই মুৰলিধৰ উজাগাৰে। ফটো সৌজন্য: পুনে মিৰ'ৰ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশেই এতিয়া কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যুঁজত অৱতীৰ্ণ হৈছে। স্বাভাৱিকতে এই যুঁজৰ অগ্ৰণী ভূমিকাত অৱতীৰ্ণ হৈছে চিকিৎসক তথা চিকিৎসাকৰ্মীসকল।

কিন্তু কৰ’না ভাইৰাছৰ বিৰুদ্ধে এই যুঁজখনত চকুৰ আঁৰত এনে কিছু যোদ্ধা আগবাঢ়ি আহিছে যিসকলে এনে জটিল সন্ধিক্ষণত দৰাচলতে এক দৃষ্টান্ত হৈ ধৰা দিছে।

Apply Now

সম্প্ৰতি এনে এগৰাকী মহিলাৰ ত্যাগৰ কথা পোহৰলৈ আহিছে। মহিলাগৰাকী চহৰৰ ঘৰে ঘৰে গৈ জাৱৰ-জোথৰ তোলে। প্ৰায় ষাঠি বছৰীয়া মহিলাগৰাকী পেশাত এগৰাকী ছাফাইকৰ্মী।

মহাৰাষ্ট্ৰৰ ধানোৰিৰ ভীমনগৰৰ বাসিন্দা গাওৱালানবাই মুৰলিধৰ উজাগাৰে নিজৰ সঞ্চিত সমস্ত ধন কৰ’না সাহায্য পুঁজিলৈ দান দিছে।

বুধবাৰে তেওঁ  কৰ’নাৰ মোকাবিলাৰ বাবে মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ গোটেই জীৱনৰ সাঁচি থোৱা ১৫ হাজাৰ টকা দান কৰে।

মহিলা ছাফাইকৰ্মীগৰাকীৰ এই মহান দানৰ কথা ৰাজ্যখনৰ মন্ত্ৰী অনিল দেশমুখে টুইটাৰ যোগে প্ৰকাশ কৰাৰ পাছতে গাওৱালানবাইক সকলোৱে প্ৰশংসাৰে ওপচাই পেলাইছে।

জানিব পৰা মতে, বিগত ২৫ বছৰ ধৰি গাওৱালানবাইয়ে মহিলা ছাফাইকৰ্মী হিচাপে কাম কৰি আহিছে। মাহিলী মাত্ৰ ৬হাজাৰ টকা দৰমহা লাভ কৰা মহিলাগৰাকী বৰ্তমান SWaCHনামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ সৈতে জড়িত।

কৰ’নাৰ এই আতংকৰ সময়ত বহু ছাফাইকৰ্মী কামলৈ অহা নাই। লকডাউনৰ সময়ত সকলোৱে ঘৰতে বহি আছে যাৰ বাবে চাৰিওফালে জাৱৰ-জোথৰেৰে ভৰি পৰিছে।

এনে সময়ত গাওৱালানবাইৰ স্পষ্ট কথা,‘’মৃত্যুটো যিকোনোধৰণে আহিব পাৰে, তাৰ বাবে সকলো কাম কাজ পেলাই থৈ বহি থাকিম? যেতিয়ালৈকে প্ৰাণ থাকে, তেতিয়ালৈকে নিজৰ কাম কৰি যাম।‘’

তৃতীয় শ্ৰেণীতে পঢ়াশুনা বাদ দিছিল গাওৱালানবাইয়ে। বৰ্তমান স্বামীকে ধৰি চাৰিটা সন্তানকলৈ তেওঁ ওছমানাবাদত বাস কৰে।

মদ আসক্ত কৰ্মহীন স্বামীকলৈ ছয়জনীয়া পৰিয়ালটো বাস্তৱত গাওৱালানবাইৰ উপাৰ্জনৰ ওপৰতে চলি আছে।

এনে এক অভাৱ-অনাটনৰ মাজতো দেশৰ সংকটকালত নিজৰ সমস্ত সঞ্চিত ধন দান কৰি এইগৰাকী মহিলাই দেখুৱাইছে মানৱতাৰ অতুলনীয় দৃষ্টান্ত।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd