• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া শিল্পীৰ পুতলা নাচৰ ভিডিঅ’ক প্ৰশংসা প্ৰধান মন্ত্ৰী মোদীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2020 9:45 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ এগৰাকী খ্যাতনামা পুতলা নাচৰ শিল্পী পৰিস্মিতা কলিতাই ৰঙালী বিহু উপলক্ষে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিৰূপ ব্যৱহাৰ কৰি এটা পুতলা নাচৰ ভিডিঅ’ প্ৰস্তুত কৰি উলিয়াইছে।

পুতলা নাচৰ ভিডিঅ’টোত যোৱা সোমবাৰে কোভিড-১৯ মহামাৰীৰ বাবে অহা ৩মে’লৈকে দ্বিতীয় পৰ্যায়ৰ লকডাউন ঘোষণা কৰি প্ৰধান মন্ত্ৰীয়ে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ প্ৰতিৰূপ দাঙি ধৰা হৈছে।

Apply Now

শিল্পীগৰাকীৰ মতে, ইয়াত ভাৰতকে ধৰি গোটেই বিশ্বকে গ্ৰাস কৰা কৰ’না ভাইৰাছ মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰী মোদীক তেওঁৰ দৃঢ় পদক্ষেপৰ বাবে তেওঁলৈ প্ৰশংসাসূচক বাৰ্তা তুলি ধৰা হৈছে।

পৰিস্মিতা কলিতাৰ মতে, পুতলা নাচৰ ভিডিঅ’টো তেওঁ, তেওঁৰ মাতৃ আৰু তেওঁৰ ভগ্নীয়ে মিলি নিৰ্মাণ কৰিছে।

সেওঁ সেই ভিডিঅ’টো প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ পাছত পৰিস্মিতাই স্বয়ং প্ৰধান মন্ত্ৰীৰ পৰাও প্ৰশংসা লাভ কৰিছে।

ভিডিঅটো টুইটাৰত শ্বেয়াৰ কৰি প্ৰধান মন্ত্ৰীয়ে লিখিছে,’অত্যন্ত সৃষ্টিমূলক।‘

Sir @narendramodi, this is a small gesture of appreciation to you on the occasion of Bohag bihu. This puppet play is done by my mother who is a puppet artist, me and my younger sister

WARM REGARDS! pic.twitter.com/Lw9ONi0Lpz

— Parishmita Kalita (@Parishmita03) April 16, 2020

ইয়াৰ আগেয়ে প্ৰধান মন্ত্ৰী মোদীলৈ প্ৰেৰণ কৰা ভিডিঅ’টোত পৰিস্মিতাই কৈছে;

‘চাৰ @নৰেন্দ্ৰ মোদী, এইটো ব’হাগ বিহু উপলক্ষে আপোনালৈ  প্ৰশংসাৰ এটা সামান্য প্ৰকাশভংগী। এই পুতলা নাচটো পুতলা নাচৰ এগৰাকী শিল্পী মোৰ মা, মই আৰু মোৰ ভগ্নীয়ে নিৰ্মাণ কৰিছো।‘

ভিডিঅটোত প্ৰধান মন্ত্ৰীৰ প্ৰতিৰূপটো দ্বিতীয়বাৰ কোভিড-১৯ৰ বাবে লকডাউন ঘোষণা কৰাৰ সময়ত ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত মোদীয়ে পৰিধান কৰা পোছাকৰ প্ৰতিৰূপ ব্যৱহাৰ কৰা হৈছে।

তদুপৰি, সেইদিনা প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া ভাষণকে বেকগ্ৰাউণ্ড ভইচ হিচাপে ব্যৱহাৰ কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm
ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd