• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ভিড-১৯: মৰিগাঁৱৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ নমুনা নিগেটিভ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 17, 2020 10:20 pm
2579 persons test Covid19 positive in Assam on Tuesday

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা ভাল খবৰ। মৰিগাঁৱৰ জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ দেহত ধৰা পৰা নাই ক’ভিড-১৯ ভাইৰাছ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনাইছে এই কথা।

মৰিগাঁৱৰ ক’ভিড-১৯ আক্ৰান্তৰ সংস্পৰ্শলৈ অহাৰ বাবে উপায়ুক্ত ঋতুৰাজ বৰা আৰু আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাক কুৱাৰেণ্টাইন কৰা হৈছিল।

কিন্তু আজি প্ৰথম পৰীক্ষাত নিগেটিভ আহে দুয়োজনৰে।

উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপৰি জিলাখনৰ একাংশ সাংবাদিককো কুৱাৰেণ্টাইনত ৰখা হৈছিল।

কিন্তু বৰ্তমানলৈকে সাংবাদিককেইজনৰ পৰীক্ষাৰ ফলাফল আমাৰ হাতত আহি পৰাহি নাই।

Happy to inform that DC/SP of Marigaon District have tested negative. It is a big relief for Team Marigaon and for us @sarbanandsonwal @Pijush_hazarika @samirsinha69

— Himanta Biswa Sarma (@himantabiswa) April 17, 2020

ইফালে ক’ভিড-১৯ত আক্ৰান্ত অসমৰ চাৰিজন ব্যক্তিক শুকুৰবাৰে চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে।

গোলাঘাট জিলাৰ চাৰিগৰাকী ব্যক্তিক ধৰি অসমত এতিয়ালৈকে নগৰাকী ব্যক্তিয়ে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিলে।

ইয়াৰ পূৰ্বে যোৱা দুদিনত সোণাপুৰ অসামৰিক চিকিৎসালয়ৰ পৰা দুগৰাকী আৰু গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ পৰা তিনিজন সুস্থ ব্যক্তিক যাবলৈ দিয়া হৈছিল।

অসমত ক’ভিড-১৯ আক্ৰান্ত এজন ব্যক্তিৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিছে।

অসমত মুঠ ৩৪ গৰাকী ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হৈছিল। বৰ্তমান ৰাজ্যত সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা ২৪ গৰাকী।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত ড⁰ ভূপেন হাজৰিকাৰ গীত আৰু চলচ্চিত্ৰ সংৰক্ষণ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত ড⁰ ভূপেন হাজৰিকাৰ গীত আৰু চলচ্চিত্ৰ সংৰক্ষণ

September 11, 2025 6:46 pm
ভাৰতীয় নাগৰিক হোৱাৰ পূৰ্বে ভোটাৰ তালিকাত নাম! ছোনিয়া গান্ধীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিলে আদালতে

ভাৰতীয় নাগৰিক হোৱাৰ পূৰ্বে ভোটাৰ তালিকাত নাম! ছোনিয়া গান্ধীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিলে আদালতে

September 11, 2025 6:25 pm
বিকল্প ৰাজনৈতিক ব্যৱস্থাৰ দ্বাৰাহে নৃগোষ্ঠীয় সমস্যাৰ সমাধান সম্ভৱ : ছয় জনগোষ্ঠীৰ জনজাতিকৰন বিজেপিৰ প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি ৰূপায়ণ কৰক  : ডাঃ ভৱেন চৌধুৰী

বিকল্প ৰাজনৈতিক ব্যৱস্থাৰ দ্বাৰাহে নৃগোষ্ঠীয় সমস্যাৰ সমাধান সম্ভৱ : ছয় জনগোষ্ঠীৰ জনজাতিকৰন বিজেপিৰ প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি ৰূপায়ণ কৰক  : ডাঃ ভৱেন চৌধুৰী

September 11, 2025 6:22 pm
ফিজিঅ’থেৰাপিষ্টসকল চিকিৎসক নহয়, নামৰ আগত লিখিব নোৱাৰে ‘ডক্তৰ’, জনালে স্বাস্থ্য মন্ত্ৰালয়ে

ফিজিঅ’থেৰাপিষ্টসকল চিকিৎসক নহয়, নামৰ আগত লিখিব নোৱাৰে ‘ডক্তৰ’, জনালে স্বাস্থ্য মন্ত্ৰালয়ে

September 11, 2025 5:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত ড⁰ ভূপেন হাজৰিকাৰ গীত আৰু চলচ্চিত্ৰ সংৰক্ষণ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত ড⁰ ভূপেন হাজৰিকাৰ গীত আৰু চলচ্চিত্ৰ সংৰক্ষণ

September 11, 2025 6:46 pm
ভাৰতীয় নাগৰিক হোৱাৰ পূৰ্বে ভোটাৰ তালিকাত নাম! ছোনিয়া গান্ধীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিলে আদালতে

ভাৰতীয় নাগৰিক হোৱাৰ পূৰ্বে ভোটাৰ তালিকাত নাম! ছোনিয়া গান্ধীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিলে আদালতে

September 11, 2025 6:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd