• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাই সংহাৰী ৰূপ ধাৰণ কৰা দেশৰ পৰা এতিয়াও চলি আছে বিমান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2020 11:20 am
flight

প্ৰতিনিধিত্বমূলক ছবি

11.4k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছতো য়ুকেৰ বিমান বন্দৰত চলি আছে বিমানৰ উৰণ আৰু অবতৰণ। বিমানৰ সংখ্যা কম যদিও সাংসদসকলক চিন্তিত কৰি তুলিবলৈ এই সংখ্যা এতিয়াও বহু বেছি বুলি শুকুৰবাৰে বৃটেইনৰ বিমান মন্ত্ৰীয়ে কয়।

মন্ত্ৰী গৰাকীয়ে এখন পত্ৰৰ জৰিয়তে কিয় এতিয়াও ইমান সংখ্যক বিমান উৰি আছে বুলি কৰ্তৃপক্ষক প্ৰশ্ন কৰে।

ছ’চিয়েল মিডিয়াত একাংশ লোকে প্ৰশ্ন উত্থাপন কৰি কৈছে যে কিয় এতিয়াও ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰা আমেৰিকা, ইটালী আৰু স্পেইনৰ দৰে দেশৰ পৰা বিমান সেৱা চলি আছে।

এই সন্দৰ্ভত আলিটালিয়াই কয় যে ৰোম আৰু লণ্ডনৰ মাজত দৈনিক চাৰিখন বিমান চলি আছে যদিও যাত্ৰীৰ সংখ্যা অতি নগন্য। কিন্তু লণ্ডনৰ পৰা ৰোম অৰ্থাৎ ইটালীলৈ যোৱা বিমানত ভৰ্তি হৈ থাকে যাত্ৰী।

ইফালে বহু এয়াৰলাইনছে লণ্ডনলৈ কিমান যাত্ৰী কঢ়িয়াই আনিছে তাৰ সবিশেষ তথ্য প্ৰকাশ কৰা নাই।

আনহাতে আমেৰিকান এয়াৰলাইনছে সামাজিক দূৰত্ব বজাই ৰাখি যাত্ৰা কৰাটো সম্ভৱপৰ বুলি মন্তব্য কৰিছে।

উল্লেখ্য যে লণ্ডনৰ হিথ্ৰ’ বিমান বন্দৰত সাধাৰণতে গড় হিচাপত দৈনিক ৬০০ খন বিমানৰ অৱতৰণ হয়, কিন্তু লকডাউনৰ সময়চোৱাত মাত্ৰ ৬০ খন বিমানৰহে অৱতৰণ হৈছে।

এয়াৰলাইনছ য়ুকেৰ মুখ্য কাৰ্যকৰী বিষয়া টিম এল্ডাৰশ্লেডে কয়, ‍‘কোনো লোক চুটীত নাই’। এল্ডাৰশ্লেডৰ গ্ৰুপ বৃটিশ্ব এয়াৰৱেজ, ভাৰজিন এটলাণ্টিক আৰু অন্যান্য য়ুকেস্থিতক প্ৰতিনিধিত্ব কৰে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd