• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধায়ক ৰূপজ্যোতিয়ে সাধাৰণ লোকৰ কথা চিন্তা কৰি মন্ত্ৰী হিমন্তলৈ লিখিলে এখন বিশেষ চিঠি

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 18, 2020 4:07 pm
Assam Congress MLA Rupjyoti Kurmi may join BJP

ৰূপজ্যোতি কুৰ্মী। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছৰ আতংকৰ মাজতে আজি ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন গুৰুত্বপূৰ্ণ পত্ৰ লিখিছে মৰিয়নী সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

মহামাৰী ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে আহ্বান জনোৱা লকডাউনে ক্ষতিগ্ৰস্ত কৰা মৰিয়নী সমষ্টিৰ দৰিদ্ৰ পৰিয়াল সমূহক সহায় কৰাৰ বাবে পত্ৰৰ জৰিয়তে বিধায়ক কুৰ্মীয়ে পুঁজি বিচাৰিছে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি লিখা পত্ৰখনত কুৰমীয়ে লিখিছে, ‍‘মৰিয়নি সমষ্টিৰ কৃষিজীৱী, শ্ৰমজীৱী মধ্যবিত্ত লোক তথা চাহ শ্ৰমিক দুখীয়া পৰিয়াল সমূহলৈ ৫০০ টকাকে প্ৰায় ১৮০০০ পৰিয়ালক ৯০লাখ টকা প্ৰয়োজন হব, সেয়ে বিধায়ক ফাণ্ড ২০২০-২০২১ বর্ষ শিতানৰ পৰা অতি শীঘ্ৰে চৰকাৰী মাধ্যমৰে প্ৰত্যেক পৰিয়ালক সাহায্য প্ৰদান কৰক’।

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে হিমন্তলৈ প্ৰেৰণ কৰা চিঠি

আনহাতে বিধায়ক কুৰ্মীয়ে অহা দুদিনৰ ভিতৰত সমষ্টিৰ দৰিদ্ৰ পৰিয়ালৰ তালিকা যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ত জমা দিয়াৰ বাবেও প্ৰস্তুতি চলাই থকাৰ কথা জানিবলৈ দিয়ে।

উল্লেখ যোগ্য যে লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হৈ পৰিছে দিনহাজিৰা কৰা শ্ৰমিক, চাহ কৰ্মী, কৃষকসকলক সহায় কৰিবলৈ এনেদৰে বিধায়কে পুঁজি বিচৰা কাৰ্য এক উল্লেখনীয় পদক্ষেপ হিচাপে বিবেচিত হৈছে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অবৈধ প্ৰব্ৰজনকাৰীক উচ্ছেদৰ বাবে নতুন এছ অ’ পি’ত অসম কেবিনেটৰ অনুমোদন

অবৈধ প্ৰব্ৰজনকাৰীক উচ্ছেদৰ বাবে নতুন এছ অ’ পি’ত অসম কেবিনেটৰ অনুমোদন

September 10, 2025 11:40 am
“ভাৰত আৰু আমেৰিকাৰ মাজত আলোচনা অব্যাহত থাকিব, প্ৰিয় বন্ধু মোদীৰ লগত কথা পাতিম”, ডনাল্ড ট্ৰাম্পৰ মন্তব্য

“ভাৰত আৰু আমেৰিকাৰ মাজত আলোচনা অব্যাহত থাকিব, প্ৰিয় বন্ধু মোদীৰ লগত কথা পাতিম”, ডনাল্ড ট্ৰাম্পৰ মন্তব্য

September 10, 2025 11:34 am
প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত নেপালৰ শেহতীয় পৰিস্থিতি সন্দৰ্ভত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ বৈঠক সম্পন্ন

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত নেপালৰ শেহতীয় পৰিস্থিতি সন্দৰ্ভত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ বৈঠক সম্পন্ন

September 10, 2025 11:29 am
হিমস্খলনে ধ্বংস কৰিলে ছিয়াচেন বেছ কেম্প : ছহিদ ৩ ভাৰতীয় জোৱান

হিমস্খলনে ধ্বংস কৰিলে ছিয়াচেন বেছ কেম্প : ছহিদ ৩ ভাৰতীয় জোৱান

September 10, 2025 11:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অবৈধ প্ৰব্ৰজনকাৰীক উচ্ছেদৰ বাবে নতুন এছ অ’ পি’ত অসম কেবিনেটৰ অনুমোদন

অবৈধ প্ৰব্ৰজনকাৰীক উচ্ছেদৰ বাবে নতুন এছ অ’ পি’ত অসম কেবিনেটৰ অনুমোদন

September 10, 2025 11:40 am
“ভাৰত আৰু আমেৰিকাৰ মাজত আলোচনা অব্যাহত থাকিব, প্ৰিয় বন্ধু মোদীৰ লগত কথা পাতিম”, ডনাল্ড ট্ৰাম্পৰ মন্তব্য

“ভাৰত আৰু আমেৰিকাৰ মাজত আলোচনা অব্যাহত থাকিব, প্ৰিয় বন্ধু মোদীৰ লগত কথা পাতিম”, ডনাল্ড ট্ৰাম্পৰ মন্তব্য

September 10, 2025 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd