• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰোগ্য নিধিলৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্মচাৰী সন্থাই প্ৰদান কৰিলে ২.৪৩ লাখ টকা

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
April 19, 2020 9:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছৰ বিৰূদ্ধে যুঁজ দিবলৈ ৰাজ্য চৰকাৰৰ আৰোগ্য নিধিলৈ বৰঙনি আগবঢ়াবলৈ ৰাজ্যৰ জনসাধাৰণলৈ জনোৱা আহ্বানৰ প্ৰতি সহাৰি দি ১৮ এপ্ৰিল শনিবাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্মচাৰী সংস্থা চমুকৈ এন আৰ চি ই এয়ে স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত ২ লাখ ৪৩ হাজাৰ ৩ শ টকাৰ এখন ড্ৰাফট অৰ্পণ কৰে।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্মচাৰী সন্থাৰ সভানেত্ৰী সুস্মিতা দাস আৰু সম্পাদক বৰ্ণম কুমাৰ ডেকাই এক বিজ্ঞত্তিত উল্লেখ কৰে যে, সমগ্ৰ বিশ্ব জুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে যি ব্যতিক্ৰমী তৎপৰতা, দক্ষতা, মানবীয়তা আৰু সেৱাৰ মনোভাৱ দাঙি ধৰিছে সেই মনোভাৱে ক’ৰ’না চিকিৎসাৰ লগত জড়িত লোক সকলক উদ্গনি দিয়াৰ লগতে সৰ্বসাধাৰণৰ মনতো উৎসাহ বৃদ্ধি কৰিছে।

Apply Now

‘‘ৰাজ্যৰ এই কঠিন সময়ত দেশ আৰু স্বজাতিৰ প্ৰতি থকা আমাৰ কৰ্তব্যৰ কথা মনত ৰাখি অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰকল্পত বৰ্তমানে নিয়োজিত হৈ থকা ঠিকাভিত্তিক কৰ্মচাৰী সকলে এটি অৰিহণা অসম চৰকাৰৰ আৰোগ্য নিধিলৈ আগবঢ়াব খুজিছো। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকল্পত কৰ্মৰত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ৰ কিছুসংখ্যক কৰ্মচাৰী, জিলা ভিত্তিক জিলা প্ৰকল্প পৰ্যৱেক্ষক সকল, চক্ৰ পৰ্যৱেক্ষক সকল আৰু কনিষ্ঠ সহকাৰী সমন্বিতে গঠিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্মচাৰী সন্হাৰ মুঠ ৩৮১ জন কৰ্মচাৰীয়ে উক্ত ধনৰাশি অসম আৰোগ্য নিধিলৈ ড্ৰাফট নং ৮৮৮৭৬৮ তাৰিখ ১৭/০৪/২০২০ যোগে স্বাস্হ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে,’’বিজ্ঞপ্তিটোত এইদৰে উল্লেখ কৰা হয়।

আনহাতে, পত্ৰখনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কৰ্মচাৰী সকলেও এনে কঠিন সময়ত সাধ্যানুসৰি চৰকাৰৰ সকলো কাম-কাজত সহযোগ কৰিবলৈ সদা প্ৰস্তুত থকাৰ কথাও উল্লেখ কৰে।

উল্লেখযোগ্য যে, অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ৰাজ্যৰ বিভিন্ন সংস্থা, লোকে বৰঙণি আগবঢ়াইছে।

Tags: COVID-19
দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd