• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লকডাউনৰ সময়ত পৰিয়াল সহ আৰ্তজনৰ কাষত এগৰাকী জ্যেষ্ঠ নাগৰিক

নীলমনি শর্মা by নীলমনি শর্মা
April 20, 2020 7:12 am
IMG_20200419_153004

ফটো: নৰ্থইষ্ট নাও

1.8k
VIEWS
Share on FacebookShare on Twitter

কৰ’নাক প্ৰতিহত কৰাৰ স্বাৰ্থত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে আহ্বান দিয়া লকডাউনৰ সময়ত আৰ্তজনৰ কাষত সহায়ৰ বাবে আগবাঢ়ি আহিছে সমাজৰ বহুজনে ৷

শেহতীয়াকৈ গোৱালপাৰা জিলাৰ বলবলাৰ কোকিৰা গাঁৱৰ শতাধিক পৰিয়ালক সহায়ৰ বাবে আগবাঢ়ি আহিছে গাৱঁখনৰে এগৰাকী জ্যেষ্ঠ নাগৰিক মহেন ৰায়ে৷

উল্লেখ্য যে দীৰ্ঘ দিনীযা লকডাউনৰ ফলত দিন হাজিৰা কৰি খোৱা একাংশ লোকে ভীষণ সমস্যাৰ সন্মুখীন হৈছে এসাঁজ ভাতৰ বাবে ৷ গাৱঁৰ এই লোক সকলক কিছু সহায় কৰাৰ বাবে দেওবাৰে বিয়লি মহেন ৰায়ে পৰিয়ালৰ সৈতে নিজ ঘৰতে আৰ্তজনৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷

নিজৰ ঘৰৰ ভঁৰালৰ পৰা ধান বান্ধি কোকিৰা গাঁৱৰ প্ৰায় ১০০ টা পৰিয়ালৰ মাজত  চাউলৰ লগতে দাইল,তেল,চেনি বিস্কুট আদিকে ধৰি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰে ৷

সাহায্য প্ৰদান কৰাৰ সমান্তৰালভাৱে মহেন ৰায়ে গাৱঁখনৰ ৰাইজক কৰ’না প্ৰতিৰোধৰ বাবে চৰকাৰে দিয়া নীতি-নিয়ম সমূহ মানি চলি চৰকাৰ আৰু প্ৰশাসনক সহায় কৰিবলৈ আহ্বান জনায় ৷

সাহায্য বিতৰণত পৰিয়ালৰ সতে মহেন ৰায়ক সহায় কৰে তেওঁৰে উদীয়মান কন্যা শিল্পী চিমি ৰায়ে ৷

আগন্তুক দিনসমূহত মহেন ৰায়ে কন্যা শিল্পী চিমি ৰায়ৰ সতে লকডাউনৰ মাজত অসুবিধাৰ মাজৰে দিন অতিবাহিত কৰা অঞ্চলটোৰ আন একাংশ লোকক সহায়ৰো এক বিশেষ পৰিকল্পনা কৰিছে। পৰিয়ালৰ এনে পদক্ষেপক অঞ্চলটোৰ সকলোৱে আদৰণি জনাইছে ৷

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd