• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ল’কডাউনত গভীৰ লোকচানত পৰিছে দুগ্ধ ব্যৱসায়ী; নিতৌ শ শ লিটাৰ গাখীৰ নষ্ট

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
April 20, 2020 10:29 am
616
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যজুৰি অব্যাহত থকা ল’কডাউনৰ সময়চোৱাত বিভিন্ন ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰা দেখা গৈছে। প্ৰধানকৈ খেতিয়কসকলৰ ওপৰত অৰ্থনৈতিক দিশত পৰিছে যথেষ্ট ঋণাত্মক প্ৰভাৱ।

যোৰহাট জিলাৰ টীয়কৰ বানে বিধ্বস্ত কৰা জাঁজীমুখত গো-পালক সকলৰ লগতে দুগ্ধ ব্যৱসায়ৰ সৈতে জড়িত লোকসকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যখনৰ ভিতৰতে দুগ্ধ উৎপাদনত চহকী জাঁজীমুখৰ গাখীৰ যোৰহাট, শিৱসাগৰ আদি বিভিন্ন জিলাৰ বিভিন্ন স্থানলৈ বিক্ৰীৰ বাবে নিয়া হয়।

কিন্তু বৰ্তমান ল’কডাউনৰ ফলত যাতায়ত বন্ধ হৈ পৰাৰ লগতে গাখীৰ কেঁচামাল ৰূপে ব্যৱহাৰ কৰা হোটেল আদি বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানসমূহ বন্ধ থকাৰ বাবে গাখীৰ বিক্ৰী কৰাত যথেষ্ট বাধা আহি পৰিছে। ফলত গো-পালকসকল গভীৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

গো-পালকসকলৰ পৰা দুগ্ধ ব্যৱসায়ৰে জড়িতসকলে গাখীৰ সংগ্ৰহ নকৰাৰ বাবে নিতৌ নষ্ট হৈছে শ শ লিটাৰ গাখীৰ।

দুগ্ধ ব্যৱসায়ীসকলৰ জীৱনলৈ অনা এনে দূৰ্যোগে গ্ৰাম্য অৰ্থনীতিটো বিৰূপ প্ৰভাৱ পেলাইছে। সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত চৰকাৰে ক’ৰ’না ভাইৰাছৰ যুঁজখনৰ সামান্তৰালভাৱে বিশেষ আঁচনি গ্ৰহণ কৰাৰো প্ৰয়োজনীয়তা আছে বুলি ক্ষতিগ্ৰস্ত লোকসকলে কয়।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd