• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ল’কডাউন উলংঘন কৰি ২৫০ কিলোমিটাৰ অতিক্ৰমী কনভয়সহ মন্ত্ৰীয়ে সাক্ষাৎ কৰিলে এজন সাধুক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 20, 2020 3:07 pm
kawasi-lakhma_1545729314
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশত চলি থকা ল’কডাউন অব্যাহত থকাৰ সময়তে এখন ৰাজ্য চৰকাৰৰ এজন মন্ত্ৰীয়ে চূড়ান্ততম দায়িত্বহীনতাৰ পৰিচয় দিছে।

মন্ত্ৰীজনে ল’কডাউন উলংঘা কৰি নিজৰ বৃহৎ কনভয়টো লৈ ২৫০ কিলোমিটাৰ অতিক্ৰম কৰি এজন সাধু সাক্ষাৎ কৰিছে।

মন্ত্ৰীজন হৈছে ছত্তিশগড় ৰাজ্য চৰকাৰৰ আৱকাৰী মন্ত্ৰী কাৱাশি লাখ্মা।

ঘটনা বিৱৰণী মতে ছত্তিশগড়ৰৰ আৱকাৰী মন্ত্ৰী লাখ্মাই নিজৰ বৃহৎ কনভয়টো লৈ যোৱা শনিবাৰে ৰাজধানী ৰায়পুৰৰ পৰা ২৫০ কিলোমিটাৰ অতিক্ৰম কৰি ৰাজগড় জিলাত থকা এজন সন্তক সাক্ষাৎ কৰে।

এই সন্দৰ্ভত শনিবাৰে মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়, “এইটো এটা গুপনীয় খবৰ মোৰলৈ আহিছিল,.. ক’ৰ’না আছে,.. সেই কাৰণে মই কাৰ্যকৰ্তা কোনো মিটিং কৰা নাই,… মাত্ৰ সময় পাৰ কৰিবলৈ… মই ৰাতি ৰাতি এক ধৰ্মস্থলত আছো… বাবাক দৰ্শন কৰি ঘূৰি যাবলৈ আহিছো।’’

এনেদৰে চূড়ান্ত দায়িত্বহীনতাৰ পৰিচয় দিয়াই নহয় অতি তৰল মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

আনহাতে দেওবাৰে বিষয়টোক লৈ বিভিন্ন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত মন্ত্ৰী গৰাকীয়ে নিজৰ পূৰ্বৰ ভাষ্য সলনি কৰি ৰবিবাৰে সাংবাদিকক কয়, “মই ৰাজ্যখনৰ আৱকাৰী মন্ত্ৰী আৰু ৰাজগড় জিলাখন মোৰ মাহাচামুণ্ডৰ চুবুৰীয়া জিলা। মই খবৰ লাভ কৰো যে ৰাজগড় জিলাত অবৈধভাৱে পানীয় বিক্ৰী কৰি থকা হৈছে আৰু সেয়ে মই তৎকালীনভাৱে স্বজমিন তদন্তৰ কাৰণে গৈছিলো। তাৰ সমীপতে মহাত্মা সন্তগৰাকী থাকে বাবে তেওঁক লগ কৰিব খুজিছিলো যদিও বাবাই ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা ল’কডাউনৰ কাৰণে সাক্ষাৎ কৰাৰ অনুমতি নিদিলে। মিডিয়াই ভুল বাতৰি প্ৰচাৰ কৰি আছে।”

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইলন মাস্কক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ধনী অৰেকলৰ সহ-প্ৰতিষ্ঠাতা; কিমান টকাৰ সম্পত্তিৰ মালিক?

ইলন মাস্কক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ধনী অৰেকলৰ সহ-প্ৰতিষ্ঠাতা; কিমান টকাৰ সম্পত্তিৰ মালিক?

September 12, 2025 9:39 am
উত্তৰ কোৰিয়াত এক বৃহৎ পৰিৱৰ্তনৰ ইংগিত; কিম জং উনৰ চকীত বহিব এগৰাকী মহিলা! কোন তেওঁ?

উত্তৰ কোৰিয়াত এক বৃহৎ পৰিৱৰ্তনৰ ইংগিত; কিম জং উনৰ চকীত বহিব এগৰাকী মহিলা! কোন তেওঁ?

September 12, 2025 8:07 am
চাণক্য নীতি: এই ৫ ব্যক্তি শত্ৰুতকৈ বেছি বিপজ্জনক, কেতিয়াও বন্ধুত্ব নকৰিব

চাণক্য নীতি: এই ৫ ব্যক্তি শত্ৰুতকৈ বেছি বিপজ্জনক, কেতিয়াও বন্ধুত্ব নকৰিব

September 12, 2025 7:15 am
মধুমেহ ৰোগীৰ বাবে ১০টা পৰামর্শ : জানি লওক কি কয় বিশেষজ্ঞই

মধুমেহ ৰোগীৰ বাবে ১০টা পৰামর্শ : জানি লওক কি কয় বিশেষজ্ঞই

September 12, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইলন মাস্কক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ধনী অৰেকলৰ সহ-প্ৰতিষ্ঠাতা; কিমান টকাৰ সম্পত্তিৰ মালিক?

ইলন মাস্কক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ধনী অৰেকলৰ সহ-প্ৰতিষ্ঠাতা; কিমান টকাৰ সম্পত্তিৰ মালিক?

September 12, 2025 9:39 am
উত্তৰ কোৰিয়াত এক বৃহৎ পৰিৱৰ্তনৰ ইংগিত; কিম জং উনৰ চকীত বহিব এগৰাকী মহিলা! কোন তেওঁ?

উত্তৰ কোৰিয়াত এক বৃহৎ পৰিৱৰ্তনৰ ইংগিত; কিম জং উনৰ চকীত বহিব এগৰাকী মহিলা! কোন তেওঁ?

September 12, 2025 8:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd