• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনবদ্য শতক: অসম আৰোগ্য নিধিলৈ ৪৬হাজাৰ ৪৭০গৰাকী ব্যক্তিৰ ১০৫.৫০কোটি টকাৰ বৰঙণি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2020 8:35 am
Untitled-4-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰোগ্য নিধিলৈ মুক্ত হস্তে দান-বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ছচিয়েল মিডিয়াৰ জৰিয়তে মন্ত্ৰী গৰাকীয়ে অসম আৰোগ্য নিধিলৈ অহা শেহতীয়া দান বৰঙণিৰ তথ্য দাঙি ধৰি বৰঙণি আগবঢ়োৱা সকলো ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰে।

Apply Now

নিজৰ টুইটাৰ আৰু ফেচবুকৰ জৰিয়তে তেওঁ প্ৰকাশ কৰে যে অসম আৰোগ্য নিধিলৈ বৰ্তমান ১০০.৫০কোটি টকাৰ বৰঙণি আহিছে। মুঠ ৪৬হাজাৰ ৪৭০গৰাকী ব্যক্তিয়ে এই বৰঙণি আগবঢ়াইছে।

মন্ত্ৰীগৰাকীয়ে ইয়াক এক অনবদ্য শতক বুলি অভিহিত কৰি সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ৰাজ্যিক কৰ্মচাৰীসকলে এদিনৰ দৰমহা আগবঢ়োৱাৰ ফলত দ্ৰুতগতিত ইমানখিন ধন সংগ্ৰহ হোৱা বুলিও ব্যক্ত কৰে।

তেওঁ লিখিছে: ‘’এয়া এক অনবদ্য শতক। অসম আৰোগ্য নিধিলৈ অহা বৰঙণিৰ পৰিমান ১০০.৫০ কোটি টকা হ’লগৈ ৷ এইদৰে মুক্তহস্তে বৰঙণি আগবঢ়োৱা ৪৬ হাজাৰ ৪৭০ গৰাকী ব্যক্তিলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৷ ৰাজ্যিক কৰ্মচাৰীসকলে এদিনৰ দৰমহা নিধিলৈ আগবঢ়োৱাৰ ফলত দ্ৰুত গতিত ইমানখিনি ধন সংগ্ৰহ সম্ভৱপৰ হৈ উঠিল ৷ সকলোকে পুণৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷’’

This Century is Like No Other 👍

I join millions in extending our gratefulness to 46470 people whose generous donations helped us reach Rs 100.50 crores in Assam Arogya Nidhi. The 1-day salary contribution of state Govt employees made this happen faster.

God bless you all. pic.twitter.com/TH9cAmXHSY

— Himanta Biswa Sarma (@himantabiswa) April 20, 2020

অসম আৰোগ্য নিধিলৈ বিভিন্ন ব্যক্তি, অনুষ্ঠানৰ বৰঙণি অব্যাহত আছে।

উল্লেখযোগ্য যে কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰোগ্য নিধিলৈ দান-বৰঙনি আহ্বান কৰিছিল।

২৬ মাৰ্চৰ পৰা আৰম্ভ কৰি জনপ্ৰতিনিধি,ব্যৱসায়ী, চৰকাৰী, বেচৰকাৰী চাকৰিয়ালৰ পৰা আৰম্ভ কৰি কণমানি ল’ৰা-ছোৱালীলৈকে বিভিন্নজনে সাধ্য অনুসৰি নিধিলৈ বৰঙণি আগবঢ়াই আহিছে।

আয়কৰ আইন, ১৯৬১ৰ ৮০জি (১)ৰ অধীনত এই ন্যাসলৈ সকলো দান-বৰঙণিত ১০০ শতাংশ ৰেহাই প্ৰযোজ্য।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd