• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শংকৰদেৱ শিশু বিদ্যা নিকেতন, নলবাৰীৰ প্ৰাক্তন ছাত্ৰ ভাৰতীৰ খাদ্য সামগ্ৰী বিতৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2020 11:51 am
8b0b5e2e-8f77-4629-ac15-0d88ee5628d1

ফটো : নৰ্থ-ইষ্ট নাও

4.5k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বই ক’ৰ’নাৰ হাতোৰাত আৱদ্ধ হোৱা এই দুঃসময়ত নলবাৰী জিলাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৬২টা পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে শংকৰদেৱ শিশু বিদ্যা নিকেতন, নলবাৰীৰ ‘প্ৰাক্তন ছাত্ৰ ভাৰতী’য়ে।

১৯৮৫ চনত স্থাপিত এইখন অগ্ৰণী শিক্ষানুষ্ঠানৰ পৰা বিদ্যা লাভ কৰি গৈ সমাজৰ বিভিন্ন ক্ষেত্ৰত নিয়োজিত হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ উমৈহতীয়া এই মঞ্চখনৰ জৰিয়তে জিলাখনৰ বৰভাগ ৰাজহ চক্ৰৰ ভানুকুছি গাঁৱৰ ২৭টা, টিহু ৰাজহ চক্ৰৰ বকুৱাজাৰী গাঁৱৰ ৮টা, বানেকুছি ৰাজহ চক্ৰৰ ১৩টা আৰু নলবাৰী ৰাজহ চক্ৰৰ ১৪টা পৰিয়াললৈ এই পৰ্যন্ত সহায়ৰ হাত আগবঢ়াইছে।

প্ৰাক্তন ছাত্ৰ ভাৰতীৰ তৰফৰ পৰা প্ৰকাশিত প্ৰেছ বিজ্ঞপ্তি অনুসৰি সহায় কৰা পৰিয়ালসমূহৰ ভিতৰত ২৪ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তি আৰু ৯ গৰাকী কৰ্কট ৰোগাক্ৰান্ত ৰোগীও আছে।

প্ৰতিটো পৰিয়ালক মচুৰ দাইল, আটা, মিঠাতেল, চিৰা, চয়াবিন, আলু, পিঁয়াজ, চাহপাত, চেনী, বিস্কুট, চাবোন আদি যোগান ধৰাৰ লগতে প্ৰতিটো টোপোলাতে ‘ঘৰত থাকক, নিৰোগী হৈ থাকক’ শিৰোনামেৰে একোখনকৈ সজাগতা পত্ৰও প্ৰদান কৰা হয় বুলি বিজ্ঞপ্তিত প্ৰকাশ কৰে।

দেশ-বিদেশত থকা নিকেতনৰ বিভিন্ন প্ৰাক্তন শিক্ষাৰ্থীৰ লগতে এই প্ৰচেষ্টালৈ সঁহাৰি যোগোৱা প্ৰতিগৰাকী সদাশয় ব্যক্তিকে প্ৰাক্তন ছাত্ৰ ভাৰতীৰ সম্পাদকদ্বয়ে বিজ্ঞপ্তিৰ সহায়েৰে ধন্যবাদ জ্ঞাপন কৰিছে।

উল্লেখ্য, কিছুদিন পূৰ্বে নিকেতনখনৰ তৰফৰ পৰা বিধায়ক অশোক শৰ্মাৰ জৰিয়তে অসম আৰোগ্য নিধিলৈ ৫০,০০০ টকা আগবঢ়াইছিল।

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd