• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পেঙেৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ; দোকান গৃহৰ লগতে বাসগৃহ লণ্ড-ভণ্ড

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
April 21, 2020 6:50 pm
Pengeri News

পাঙেৰীত বনৰীয়া হাতীয়ে ভঙা দোকান কেইখন

577
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছ মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ দেশজুৰি ল’কডাউনৰ অব্যাহত থকাৰ মাজতে বনৰীয়া হাতীয়ে পেঙেৰীত তাণ্ডৱ চলাই দুখন দোকান সহ কেইবাটাও বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে।

আজি ৰাতিপুৱা মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত পেঙেৰীৰ চাৰিআলিস্থিত শৈলেশ নায়ক নামৰ ব্যৱসায়ী জনৰ গেলামালৰ দোকান গৃহটো ভাঙি বনৰীয়া হাতীৰ জাকটোৱে কেইবা বস্তা চাউল খাই পেলোৱাৰ লগতে বহু সামগ্ৰীৰ অনিষ্ট সাধন কৰে।

বন্যহস্তীৰ জাকটোৱে শৈলেশ নায়কৰ দোকানৰ কাষতে থকা সুমিত দাস নামৰ লোকজনৰ পান দোকানখনো ভাঙি পেলোৱাৰ লগতে দোকান খনৰ ফ্ৰীজ আদি ভাঙি পেলায়।

আনহাতে, হাতীৰ জাকটোৱে দোকান কেইখনৰ কাষতে থকা বিজু ফুকন আৰু গঙ্গা পানিকা নামৰ লোক কেইজনৰ বাস গৃহ সমূহ ভাঙি দিয়াৰ ওপৰিও বাৰীৰ গছ-গছনি সমূহ অনিষ্ট কৰি থৈ যায়।

উল্লেখ্য যোগ্য যে,  তৰাণি, নলনি, ইনথেম, উলুপ আদি বনাঞ্চল সমূহত এচাম চোৰাং কাঠ ব্যৱসায়ীয়ে মেচিনেৰে গছ কটা আৰু ফলা কাম অব্যাহত ৰখা অভিযোগ উত্থাপিত হৈ আহিছে যাৰ বাবে বনৰীয়া  হাতীসমূহ বনাঞ্চলৰ পৰা  জনাঞ্চললৈ ওলাই অহা বুলি ধাৰণা কৰা হৈছে।

ইয়াৰ মাজতে খাটাং পানী বনাঞ্চলিক বিষয়া হীৰেন মেদকৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে বুঢ়ী দিহিং আৰু তৰণি বনাঞ্চলৰ পৰা দুখন বাইকসহ গছ কটা আৰু ফলা কামত ব্যৱহৃত দুটাকৈ যন্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd