• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোৱালপাৰাত এদল শিল্পীৰ ব্যতিক্ৰমী প্ৰচেষ্টা; গান পৰিৱেশন কৰি ৰাইজক ক’ৰ’নাৰ বিৰুদ্ধে সজাগ কৰাৰ চেষ্টা

ড° ভূপেন হাজৰিকাৰ কালজয়ী গীতৰ আধাৰত ৰচিত কৰিছে মহামাৰী ক’ৰনাক লৈ এটি গান

নীলমণি শৰ্মা by নীলমণি শৰ্মা
April 22, 2020 8:42 am
49c13504c57a615c24bf0567ae482c5b
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
মহামাৰী ক’ৰ’নাক লৈ এতিয়া সমগ্ৰ বিশ্বতে আতংক৷ দেশৰ প্ৰতিটো প্ৰান্তৰ লগতে অসমতো মহামাৰী ক’ৰ’নাৰ আতংকই বিৰাজ কৰিছে৷
এনে জটিল সন্ধিক্ষণত গোৱালপাৰা জিলাৰ দলগোমাৰ উদীয়মান শিল্পী ৰাতুল শীলৰ কন্ঠত মহামাৰী কৰোনাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে প্ৰান পাই উঠিছে ড° ভূপেন হাজৰিকাৰ এটি কালজয়ী গীতে৷
মহাবাহু ব্ৰহ্মপুত্ৰ…… শীৰ্ষক ভূপেন দাৰ এই কালজয়ী গীতৰ সুৰত গোৱালপাৰা জিলাৰ ভোজমালা গাঁৱৰ উদীয়মান যুৱক উৎপল কুমাৰ নাথে বিশ্বৰ শেহতীয়া পৰিস্থিতিক লৈ ৰচিত কৰিছে এটি সুন্দৰ গান৷
স্থানীয় শিল্পী ৰাতুল শীলে কন্ঠদানোকৰা গানটোৰ জৰিয়তে মহামাৰী ক’ৰনাক লৈ সজাগতাৰ লগতে অসমৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাক বীৰ লাচিতৰ লগত তুলনা কৰাৰ লগতে সাম্প্ৰদায়িক মন্তব্য কৰি জেলৰ ভাত খাই থকা ধিংৰ বিধায়ক আমিনুল ইছলামো স্থান পাইছে৷
গীতৰ কথাত অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালৰ লগতে সাংসদ বদৰুদ্দিন আজমলৰ নামো উচ্চাৰিত হৈছে৷ অসমৰ এই সংকটকালত দিনেনিশাই কষ্ট কৰি মহামাৰী ক’ৰ’নাৰ বিৰুদ্ধে যুজ দিয়া স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাক বীৰ লাচিতৰ লগত তুলনা কৰি মন্ত্ৰীগৰাকীৰ কামৰ প্ৰশংসাত পঞ্চমুখ হৈছে গীতটোত৷
একেদৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালৰ কৰ্মৰাজিক প্ৰশংসা কৰাৰ লগতে এআইইউডিএফক প্ৰধান বদৰুদ্দিন আজমলে সংখ্যালঘু লোকসকলক উদ্দেশ্যি দিয়া আহ্বানে লক ডাউনত পালন যথেষ্ট সফল হোৱাৰ বাবে সাংসদগৰাকীক প্ৰশংসা কৰিছে৷
ইফালে ক’ৰ’না ভাইৰাছক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ মন মেলা ধিংৰ বিধায়ক আমিনুল ইছলামক দেশৰ শত্ৰু বুলি অভিহিত কৰিছে৷ ইতিমধ্যে চছিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে এই গানটো৷
সামাজিক দূৰত্বৰ মাজেৰে এইসকল শিল্পীয়ে এনেদৰে গীতটো পৰিবেশন কৰি ৰাইজক মহামাৰী ক’ৰনাৰ বিৰুদ্ধে সজাগ কৰি তোলাৰ চেষ্টা কৰিছে৷
উল্লেখ্য যেে, উৎপল কুমাৰ নাথে সাম্প্ৰতিক পৰিস্থিতিক লৈ ৰচিত কৰা এই গীতটো লৈ ইতিমধ্যে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে জিলাখনত৷
Apply Now
Tags: COVID-19
নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd