• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিলচৰৰ যৌনকৰ্মীৰ বাবে NRC আৰু HIV তকৈ বিপদজনক ক’ৰ’না; ভৱিষ্যতক লৈ শংকিত যৌনকৰ্মীসকল

এন ই নাও নিউজ by এন ই নাও নিউজ
April 22, 2020 10:07 am
photo-750x375
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে ল’কডাউন অব্যাহত আছে।

ল’কডাউনকালীন সময়ত দেশৰ সকলো চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ কাৰ্যালয় বন্ধ থকাৰ লগতে দেশৰ জনগণো ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছে।

অত্যাৱশ্যকীয় গেলামালৰ দোকান খোলাৰ বাহিৰে দেশতো সকলো ব্যৱসায়িক প্ৰতিষ্ঠানো বন্ধ।

এনে সৰ্বাত্মক ল’কডাউনৰ ফলত সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে বৃত্তিধাৰী যৌনকৰ্মীসকল।

‘ল’কডাউনে সীতা(নাম সলনি কৰা হৈছে)ৰ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে।’

সীতা হ’ল শিলচৰৰ ৰেড-লাইট এলেকাৰ এগৰাকী পেচাগত যৌনকৰ্মী।

শিলচৰৰ প্ৰেমতালাত অৱস্থিত ৰেড-লাইট এলেকাটোক ‘চৌড্ড’ নম্বৰ গলি(১৪ নং গলি) নামেৰে বিখ্যাত।

এইটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ ডাঙৰ গণিকালয় যিটোত প্ৰায় ২০০ গৰাকী যৌনকৰ্মী আছে। ইয়াৰ প্ৰায়সকলেই মানৱ সৰবৰাহৰকাৰী চক্ৰান্তৰ ফলত এই বৃত্তিত নিয়োজিত হ’বলৈ বাধ্য হৈছে।

‘মানুহে এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা শংকিত হৈছে।’ সীতাই কয়।

সীতাৰ মতে ল’কডাউন আৰু ভাইৰাছ সংক্ৰমণৰ ভয়ত তেওঁলোকৰ ওচৰলৈ গ্ৰাহকসকল অহা বন্ধ কৰিছে। আৰু শীঘ্ৰেই গ্ৰাহকসকল তেওঁলোকৰ ওচৰলৈ অহাৰ সম্ভাৱনাও নাই।

উল্লেখ্য যে সকলো যৌনকৰ্মীয়ে দৈনিক উপাৰ্জনেৰে জীৱন নিৰ্বাহ কৰে। তেওঁলোকৰ সাচতীয়া পুঁজি নাই।

উক্ত ৰেড-লাইট এলেকাটোতেই ২০০ গৰাকী যৌনকৰ্মী আছে। আনহাতে শিলচৰত তেনে সৰু বৰ আৰু বহু গণিকালয় আছে। যিবোৰ যৌনকৰ্মীয়ে ভৱিষ্যৎ জীৱনকলৈ শংকিত হৈ উঠিছে।

‘কিমান দিনলৈ আমি কিনি চলিব পাৰিম? কিয় আমাক দোকানীয়ে বাকীত দি থাকিব? তেওঁলোকে জানে যে বাকী সুধাবলৈ আমাৰ সামৰ্থ নাই।’ সীমা নামৰ সীতাৰ জ্যেষ্ঠ ভগ্নীগৰাকীয়ে এইদৰে কয়।

তেওঁলোকে কয় যে শিলচৰ কিছু হৃদয়ৱান লোকে তেওঁলোকক যোৱা ৰবিবাৰে খাদ্য সামগ্ৰী সাহায্য হিচাপে প্ৰদান কৰিছে।

চৰকাৰী সাহায্য পোৱাৰ কথা তেওঁলোকে উল্লেখ নকৰিলে।

“কিন্তু আমি জানো মানুহে আমাক দীঘলীয়া সময়ৰ বাবে সহায় কৰিব নোৱাৰে।” সীমাই কয়।

দুই ভগ্নীয়ে কয় যে ক’ৰ’না ভাইৰাছৰ বাবে মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহৰ পৰাই তেওঁলোকৰ ব্যৱসায় টুটি আহিবলৈ আৰম্ভ কৰিছিল।

তেওঁলোকৰ মতে এইদৰে আৰু এমাহ তেওঁলোক উপাৰ্জনহীন হৈ থাকিলে তেওঁলোক জীয়াই থকাই অসম্ভৱ হৈ পৰিব।

উল্লেখ্য যে, এন আৰ চিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰা ফলত ভাৰতীয় নাগিৰকত্ব হেওৰুৱাৰ শংকাতো তেওঁলোক ত্ৰস্তমান হৈ আছে। লিগেচী দাটা সংগ্ৰহ কৰিব নোৱাৰা ফলত তেওঁলোকৰ নাম এন আৰ চিৰ পৰা ইতিমধ্যে বাদ পৰিছে।

কলকতাৰ সোণাগাছিৰ যৌনকৰ্মীৰ দৰে শিলচৰৰ যৌনকৰ্মীসকলৰ ভোটাৰ পৰিচয় পত্ৰৰ লগতে আধাৰ কাৰ্ডও নাই।

“এইচ আই ভিক ভয়ংকৰ বুলি আমি জানো। সেয়ে আমি তাৰবাবে প্ৰটেকশ্যন লওঁ।” সীতাই কয়। সীতাৰ মতে ক’ৰ’না ভাইৰাছ হৈছে গুপ্তঘাটক।

সীতা আৰু সীমা দুয়ো ক’ৰ’নাৰ পৰা বৰ্তমানেও সুৰক্ষিত হৈ আছে যদিও ৰেড-লাইট এলেকাটোৰ যৌনকৰ্মীসকলে অতি তথৈৱচ অৱস্থাত আছে।

সামাজিক দূৰত্ব বৰ্তাই ৰখাতো অসম্ভৱপ্ৰায় হোৱাৰ লগতে ভালদৰে এলেকাটো চেনিটাইজড কৰাও হোৱা নাই।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

September 19, 2025 7:49 am
গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

September 19, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd