• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যত ইন্ধজাত সামগ্ৰীৰ মূল্যবৃদ্ধি; চৰকাৰক তীব্ৰ সমালোচনা অসম সংগ্ৰামী মঞ্চৰ সভাপতি অদিপ ফকুনৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 22, 2020 1:43 pm
index
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো নৰ সংহাৰ চলাই আছে  ক’ৰ’না ভাইৰাছে।

ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশত নৰেন্দ্ৰ মোডীয়ে ৩ মে পৰ্যন্ত লকডাউন ঘোষনা কৰিছে৷ তেনে সময়তে অসমত চৰকাৰে বৃদ্ধি কৰিছে ইন্ধনজাত সামগ্ৰীৰ দাম।

Apply Now

এই লকডাউনৰ সময়ত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক লৈ চৰকাৰক সমালোচনা কৰিছে অসম সংগ্ৰামী মঞ্চৰ সভাপতি অদীপ ফুকনে৷

ফুকনে চৰকাৰক প্ৰশ্ন কৰি কয় “ডেৰমাহ লকডাউন চলি থকাৰ ফলত চৰকাৰে ৰাজহ পোৱা নাই গতিকে চৰকাৰ খন ইমান দেউলীয়া হ’ল নে।”

পেট্ৰল আৰু ডিজেলত প্ৰতি লিটাৰত ৫ টকাকৈ বৃদ্ধি কৰা হৈছে৷ চৰকাৰখনে ৰাজহ সংগ্ৰহৰ নামত  ৫ টকাকৈ মুল্য বৃদ্ধি কৰি আৰ্থিক সংকটত পৰা ৰাইজৰ ওপৰত মাধমাৰ সুধোৱা এই সিদ্ধান্তক পুনৰ বিবেচনা কৰিবলৈ ফুকনে অনুৰোধ জনাইছে চৰকাৰক৷

অপ্ৰয়োজনীয় বিভিন্ন উৎসৱ মহোৎসৱৰ নামত চৰকাৰে ধন অপচয় কৰাৰ সন্দৰ্ভত ফুকনে কয় “চৰকাৰে যি অবাবত পইচা খৰচ কৰে যি ফিল্ম ফেয়াৰ বা নমামী ব্ৰহ্মপুত্ৰ বা নমামী বৰাক, সংকল্প সমাৰোহ, এডভান্টেজ আসামৰ নামত পইচা খৰচ কৰে৷ অসমৰ জনসাধনৰণে প্ৰতিবাদ কৰিছিল কাৰণ চৰকাৰৰ এইবোৰ অপচয়৷ এইখন চৰকাৰ দেউলীয়া এখন চৰকাৰ৷ আমাৰ টকা আছে আমি সকলো কৰিব পাৰিম৷ তাৰ পিচত ৫ টকা বঢ়াইছে কিয়?”

ইপিনে তেও কয় এইখন অসমত মহাৰাষ্ট্ৰ বা কেৰেলাৰ দৰে দৰে সমস্যা হোৱা নাই৷এতিয়ালৈকে ৩৪ জন আক্ৰান্ত হৈছে কৰ’না ভাইৰাছত তেওলোকৰ বেছি সংখ্যককে ইতিমধ্যে ঘৰলৈ পঠোৱা হ’ল৷ ইয়াৰ পিচতো চৰকাৰ খন দেউলীয়া হ’বনে?

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি ফুকনে কয় চৰকাৰে এজন ৰোগীক মুকলি কৰি দিবলৈ মন্ত্ৰীয়ে গুৱাহাটীৰ পৰা বৰাকলৈ, গোলাঘাটলৈ হেলিকপ্তাৰ দৌৰাই৷ কিয় হেলিকপ্তাৰ দৌৰাই মন্ত্ৰী গৰাকীয়ে ৰোগীজনক মুকলি কৰি দিবলৈ যাব লগা হ’ল বুলিও প্ৰশন কৰে ফুকনে।

ৰাজ্য চৰকাৰক যদি টকা লাগে কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবৰ বাবে অনুৰোধ কৰিব লগতে চৰকাৰক গোটেই ব্যৱস্থাৰ ওপৰত ক’ত কিমান টকা খৰচ কৰা হ’ল তাৰ শ্বতপত্ৰ ঘোষণা কৰিব লাগিব মন্তব্য কৰে ফুকনে ৷

সোণোৱাল চৰকাৰক অনুৰোধ জনাই ফুকনে কয় “এই সংকট কালত অসমৰ মানুহে ভয়ানক অৱস্থাত আছে৷ অসমত ১ কোটি ২০ লাখ শ্ৰমশক্তিৰ অৱস্থাৰ সংকট৷ তেওঁলোকৰ ওপৰত যদি আৰু ডিজেল পেট্ৰলৰ ৫ টকা বঢ়াই হেঁচা দিয়া যায় সমগ্ৰ পৰিবহন ক্ষেত্ৰ, কৃষি ক্ষেত্ৰ আঘাত কৰিব৷ পৰিবহনত আঘাত কৰিলেই মূল্যবৃদ্ধি হ’ব ফলত নতুন সংকট অৰম্ভ হব৷ মুখ্যমন্ত্ৰী হিচাপে সোণোৱাল ডাঙৰীয়া আপোনাক অনুৰোধ কৰিছো ৰাইজৰ ওপৰত আকৌ হেঁচা নিদিব৷ৰাইজক সহায় কৰক।”

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd