• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’না ভাইৰাছৰ আতংক: আমেৰিকাত এবছৰৰ বাবে বন্ধ স্কুল-কলেজ!

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2020 7:53 pm
thumbnail_gettyimages-1206287457-594x594--555_042220060817 new
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাত কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণলৈ লক্ষ্য কৰি সম্পূৰ্ণ এটা শৈক্ষিক শিক্ষাবৰ্ষৰ বাবে চৰকাৰে স্কুল-কলেজসমূহ বন্ধ কৰাৰ নিৰ্দেশ দিছে।

ৱাশ্বিংটন ডিচিকে ধৰি দেশখনৰ কমেও ৩৭খন প্ৰদেশত এই সিদ্ধান্ত বলৱৎ কৰা হৈছে। আমেৰিকাই কৰ’নাৰ সংক্ৰমণ নিয়ন্ত্ৰণত আনিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

Apply Now

বাতৰি অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধিকাংশ গৱৰ্ণৰে এই নিৰ্দেশ দিছে যে কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাত স্কুল বন্ধ কৰাটো সুফলদায়ক হ’ব। এই ৩৭খন প্ৰদেশত এই নিয়ম প্ৰযোজ্য কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল।

আনহাতে, দেশখনৰ কেইখনমান প্ৰদেশে কৈ আছে যে তেওঁলোকে সামাজিক দূৰত্ব বজাই ৰখাৰ নিয়ম মানি চলি স্কুল খুলিব পাৰে। কিন্তু পৰিস্থিতি যিধৰণে আগবাঢ়িছে তালৈ চাই অনুমান কৰিব পাৰি যে আমেৰিকাত এই শিক্ষাবৰ্ষত হয়তো ছাত্ৰ-ছাত্ৰী স্কুল যাব নোৱাৰিব।

আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰেও দেশখনত বিভিন্ন পৰ্যায়ত পুনৰ খোলাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে যদিও স্কুল খোলাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি থাকিব।

উল্লেখযোগ্য যে ফ্ল’ৰিডা, টেক্সাছ আৰু ৱাশ্বিংটনৰ লগতে ৱাশ্বিংটন ডিচিসহ কেইবাখনো প্ৰদেশে ইয়াৰ বাবে নিৰ্দেশ জাৰি কৰিছে যে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত অতি আদৰণীয়।

আমেৰিকাৰ ৩৭খন প্ৰদেশত এই সিদ্ধান্ত কাৰ্যকৰী হ’ব পাৰে আৰু ইয়াৰ ফলত আমেৰিকাৰ ৩কোটি স্কুলীয়া ছাত্ৰ-ছাত্ৰী ক্ষতিগ্ৰস্ত হ’ব।

তদুপৰি, এৰিজোনা, হাৰ্ভাৰ্ড আৰু ব’ষ্টন য়ুনিভাৰ্ছিটিও বন্ধ থাকিব। বহুতো ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে।

ইপিনে, কেলিফ’ৰ্ণিয়া, ইডাহো, ছাউথ ডকোটা আৰু টেনেছিয়ে ছাত্ৰ-ছাত্ৰীক দূৰ সংযোগ শিক্ষা ব্যৱস্থাৰ জৰিয়তে শিক্ষা প্ৰদান কৰিব। বৰ্তমানৰ দৰে তেওঁলোকে অনলাইন মাধ্যমকে শিক্ষা প্ৰদান আৰ্হি হিচাপে গ্ৰহণ কৰিব।

এতিয়া ভাৰততো এনেকুৱা কিবা সিদ্ধান্ত লোৱা হ’ব পাৰে নেকি? সেইয়া অৱশ্যে এই মুহূৰ্তত কোৱাটো কিছু আগতীয়া হ’ব।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd