• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীৰ কিতাপ দোকান খোলাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 23, 2020 10:06 pm
Lockdown: Kamrup metro administration reschedules timing for opening of book shops
1.4k
VIEWS
Share on FacebookShare on Twitter

লকডাউনৰ মাজতে গুৱাহাটী কিতাপৰ দোকান মুকলি কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে নতুন নিৰ্দেশনা।

পূৰ্বৰ নিৰ্দেশনাত উল্লেখ থকা সময় কিছু সাল–সলনি কৰি প্ৰশাসনে দিছে নতুন নিৰ্দেশনা।

সপ্তাহত তিনিদিন খুলিব পাৰিব কিতাপৰ দোকানসমূহ। পুৱা ১০বজাৰ পৰা দুপৰীয়া ১বজালৈ জিলাখনত সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে খোলা থাকিব কিতাপৰ দোকানসমূহ।

পূৰ্বৰ নিৰ্দেশনাত পুৱা ১০বজাৰ পৰা আবেলি ৫বজালৈ দোকান খোলাৰ অনুমতি প্ৰদান কৰা হৈছিল৷

নিৰ্দেশনাটোত কোৱা হৈছে কিতাপৰ দোকানসমূহে কেৱল ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যক্ৰমৰ কিতাপসমূহৰ ব্যৱসায় কৰিব।

কিতাপৰ দোকানসমূহে প্ৰাথমিকভাৱে হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিব লাগে৷

দোকানৰ ওচৰৰ অভিভাৱকে বাহন নোহোৱাকৈ কিতাপ সংগ্ৰহ কৰিব পাৰিব।

ছাত্ৰ–ছাত্ৰীৰ তথা অভিভাৱকসকলে কিতাপ ক্ৰয় কৰিবলৈ আহোঁতে কোনোধৰণ অনুজ্ঞাপত্ৰ ল’ব নালাগে বা প্ৰশাসনৰ ফালৰ পৰাও প্ৰদান কৰা নহব।

কিতাপ ক্ৰয় কৰিবলৈ যাওঁতে মানি চলিব লাগিব সামাজিক দূৰত্ব। লগতে কৰ্মচাৰী সকলে মাক্স পৰিধান কৰাৰ  উপৰিও থাকিব লাগিব চেনিটাইজাৰ ব্যৱস্থা।

একেদৰে কিতাপৰ দোকানৰ কৰ্মচাৰীসকলে যান–বাহন লৈ আহিলে দেখাব লাগিব পৰিচয় পত্ৰ। জিলা প্ৰশাসনে তেওঁলোকৰ বাবে সুকীয়া পৰিচয় পত্ৰ প্ৰদান নকৰে। কিতাপৰ দোকানৰ মালিকে তেওঁলোক পৰিচয় পত্ৰ প্ৰদান কৰিব।

এইসমূহ নিৰ্দেশনা মানি চলি কামৰূপ মহানগৰত খুলিব পাৰিব কিতাপৰ দোকানসমূহ।

Recent News

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত গছ কটা আৰু তথাকথিত “স্থানান্তৰ” প্ৰক্ৰিয়াৰ বিৰুদ্ধে সচেতন নাগৰিকৰ সংবাদমেল

আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত গছ কটা আৰু তথাকথিত “স্থানান্তৰ” প্ৰক্ৰিয়াৰ বিৰুদ্ধে সচেতন নাগৰিকৰ সংবাদমেল

উৰিষ্যাত বিবাহ অনুষ্ঠানৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষ*ণ দুগৰাকী কিশোৰী! গ্ৰেপ্তাৰ চাৰিজন অভিযুক্ত

উৰিষ্যাত বিবাহ অনুষ্ঠানৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষ*ণ দুগৰাকী কিশোৰী! গ্ৰেপ্তাৰ চাৰিজন অভিযুক্ত

ভাৰতত ৬ হাজাৰ অতিক্ৰম কৰিলে ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা

ভাৰতত ৬ হাজাৰ অতিক্ৰম কৰিলে ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd