• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফেইচবুকত বিশ্বৰ ভিতৰত সৰ্বাধিক জনপ্ৰিয় নৰেন্দ্ৰ মোদী; অভাৱনীয় হাৰত বৃদ্ধি অনুগামী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2020 8:16 am
prime-minister-narendra-modi-759-750x375

প্রধান মন্ত্রী নৰেন্দ্ৰ মোদী। ফাইল ফটো

7.9k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছ অৰ্থাৎ কোভিদ-১৯ ৰ সংহাৰৰ মাজতে জনপ্ৰিয় সামাজিক মাধ্যম ফেইচবুকত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুগামীৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

বিভিন্ন প্ৰান্তৰ অনুগামীয়ে মোদীক ফল’ কৰাত তেওঁ এতিয়া ফেইচবুকত বিশ্বৰ ভিতৰত সৰ্বাধিক ফল’ৱাৰ্ছ থকা ব্যক্তি।

বি চি ডব্লিউ নামৰ সংস্থা এটাই ‍‘ৱৰ্ল্ড লিডাৰ্ছ অন ফেইচবুক’ নামৰ এটা নতুন তথ্যত এই কথা প্ৰকাশ কৰিছে।

ৰিপ‍’ৰ্টৰ মতে ২০২০ৰ ২৩ মাৰ্চৰ পৰা বিশ্বৰ বিভিন্ন আগশাৰীৰ নেতা সমূহৰ ফল’ৱাৰ্ছ ব্যাপক হাৰত বৃদ্ধি পাইছে। ক’ৰ’না ভাইৰাছৰ তথ্য সমূহ জানিবৰ বাবেই এইদৰে লোকসমূহে নিজৰ নিজৰ পচন্দৰ নেতা সমূহক ফেইচবুকত ফল’ কৰা বুলি তথ্যত প্ৰকাশ পায়।

এই সময়ছোৱাত বিশ্বৰ ভিতৰতে সৰ্বাধিক নৰেন্দ্ৰ মোদীক ফল’ কৰিছে। ইয়াৰ ফলত ফেইচবুকত সৰ্বাধিক লোকে ফল’ কৰা ব্যক্তি হিচাপে পৰিগণিত হয় মোদী।

এই তথ্য প্ৰকাশ কৰাৰ বাবে এজেন্সিটোৱে মাৰ্চ মাহত প্ৰায় বিশ্বৰ বিভিন্ন নেতাৰ প্ৰায় ৭২১ টা ফেইচবুক পেজ অধ্যয়ন কৰিবলগীয়া হয়।

অধ্যয়নটোৰ মতে ক’ৰ’না ভাইৰাছাৰ সংকটৰ সময়ত ইটালী আৰু অষ্ট্ৰিয়াৰ প্ৰধান মন্ত্ৰী আৰু এষ্টোনিয়া আৰু ইটালী চৰকাৰৰ ফেইচবুক পেজত লাইকছ আৰু ফল’ৱাৰ্ছৰ সংখ্যা দুগুণে বৃদ্ধি পাইছে।

আনহাতে মোদীৰ এই সময়ত ফেইচবুকত লাইকৰ সংখ্যা হ’ল ৪৪.৭ মিলিয়ন অৰ্থাৎ ৪.৪৭ কোটি। তদুপৰি অফিচিয়েল প্ৰধান মন্ত্ৰী পেজত লাইকৰ সংখ্যা হৈছে ১৩.৭ মিলিয়ন অৰ্থাৎ ১.৩৭ কোটি।

ফেইচবুকত ৪.৪৭ কোটি লাইক থকা মোদীয়ে বিশ্বৰ জনপ্ৰিয় নেতা। ২.৬ কোটি লাইকছেৰে দ্বিতীয় স্থানত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd