• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেডমিন্টনৰ ৭০০ প্ৰশিক্ষকৰ অনলাইন প্ৰশিক্ষণৰ মাজতেই স্ক্ৰীণত ভাহি উঠিল প’ৰ্ণগ্ৰাফী ছবি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 25, 2020 9:15 am
Story-16-1-1140x570

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনলাইনৰ জৰিয়তে ৭০০ৰো অধিক প্ৰশিক্ষকক লৈ প্ৰশিক্ষণ চলি থকাৰ মাজতে হঠাতে ঘটিল অথন্তৰ। স্ক্ৰীণলৈ চাই সকলো হতবাক। সকলোৰে লাজত ক’ত মুখ লুকাও অৱস্থা। কিয়নো তেতিয়া প্ৰশিক্ষকৰ স্ক্ৰীণত ভাহি উঠিছিল কিছুমান প’ৰ্ণগ্ৰাফী ছবি।

বেডমিন্টনৰ অনলাইন প্ৰশিক্ষণৰ মাজত এইদৰেই শুকুৰবাৰে সৃষ্টি হ’ল এক অস্বস্তিকৰ পৰিস্থিতিৰ।

Apply Now

ভাৰতীয় প্ৰশিক্ষক পুল্লেলা গোপীচান্দৰ লগতে এই প্ৰশিক্ষণৰ দায়িত্বত আছিল ইন্দোনেছিয়াৰ প্ৰশিক্ষক আগাছ ডি ছান্টোছো তথা নামৰি ছুৰোটো।

চলি থকা লকডাউনৰ বাবেই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দেশৰ বহু প্ৰশিক্ষকে অংশ লৈছিল। সেয়াই নহয়, কিছু ছাত্ৰ-ছাত্ৰী তথা তেওঁলোকৰ অভিভাৱকো অনলাইনৰ সময়ত উপস্থিত আছিল।

মুহূৰ্তৰ বাবে সকলোকে হতবাক কৰি স্ক্ৰীণত ভাহি উঠে প’ৰ্ণগ্ৰাফী ছবি। স্ক্ৰীণৰ পৰা সেই ছবি কোনোমতে আঁতৰি নোযোৱাৰ বাবে অৱশেষত প্ৰশিক্ষক গোপীচান্দে লগ আউট কৰিবলৈ বাধ্য হয়।

তিনি সপ্তাহ পাঁচ দিন ধৰি ৩৯টা বিষয় লৈ চলিবলগীয়া এই অনলাইন বেডমিন্টন প্ৰশিক্ষণৰ মাজতে পয়মালৰ সৃষ্টি কৰিলে প’ৰ্ণ ছবিয়ে।

ইয়াৰ মাজতে এগৰাকী প্ৰশিক্ষকে জানিবলৈ দিয়ে যে প্ৰশিক্ষক ছান্টোছৰ কথা চলি থকাৰ মাজতে হাঠাতে সেই ছবিবোৰ কেইবাবাৰো স্ক্ৰীণত ভাহি উঠে। তেওঁৰ মতে এনেধৰণৰ বৃহৎ ৰূপত কৰা আয়োজনৰ পূৰ্বে সকলোবোৰ ভালদৰে চাই লোৱা উচিত আছিল।

অনলাইন প্ৰশিক্ষণটোত শিশু তথা তেওঁলোকৰ অভিভাৱকসকলৰ গতে বহু মহিলা প্ৰশিক্ষকো উপস্থিত আছিল।

উল্লেখযোগ্য যে জুম এপ’ৰ জৰিয়তে এই অনলাইন প্ৰশিক্ষণটো অনুষ্ঠিত হৈছিল। সেয়েহে জুমকেই বহুতো দোষী সাৱ্যস্ত কৰিব বিচাৰিছে। তেওঁলোকৰ মন্তব্য হ’ল যে গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশ অনুসৰণ কৰি জুম এপ’টো ব্যৱহাৰ নকৰাটো সঠিক আছিল। অৱশ্যে,গোটেই বিষয়টোলৈ অনুসন্ধান চলোৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd