• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘আমি মাতৃভূমিক ভাল পাওঁ, অসমক ভাল পাওঁ বাবেই চৰকাৰে আমাক শাস্তি দি আছে’; কৃষক নেতা অখিল গগৈ

"অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালক অহা ৬ মাহলৈ মাহে ৬ হাজাৰ টকা চৰকাৰে প্ৰদান কৰিব লাগে।" ধৈৰ্য কোঁৱৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 27, 2020 5:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি কাহিলীপাৰা স্থিত ফৰেনচিক বিজ্ঞান সঞ্চালকৰ কাৰ্যালয়ত কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোনোৱালৰ ভয়চ চেম্পুল টেষ্ট কৰা হয়। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থা(NIA)ই কাৰাৰুদ্ধ নেতা তিনি গৰাকীক লৈ আহে কণ্ঠস্বৰ পৰীক্ষাৰ বাবে।

কণ্ঠস্বৰ পৰীক্ষা কৰি ওলাই অহাৰ মুহূৰ্তত কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে সংবাদ মাধ্যমক কয়, “আমি মাতৃভূমিক ভাল পাওঁ, অসমক ভাল পাওঁ আৰু চৰকাৰক সমালোচনা কৰো আৰু কা’ৰ বিৰোধিতা কৰা বাবে আমাক এইদৰে শাস্তি দি থকা হৈছে।”

Apply Now

কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আজি আহিছিলো বুলি উল্লেখ কৰি গগৈয়ে অসমবাসী ৰাইজক সুখে-শান্তিৰে থকাৰ আহ্বান জনায়। ৰাজ্য বাহিৰত থকা আমাৰ ৫-৬লাখ যুৱক-যুৱতীক ঘৰলৈ ঘূৰাই আনিবলৈ চৰকাৰক অনুৰোধ জনাই কৃষক নেতাগৰাকীয়ে ৷

আনহাতে কৃষক নেতা অখিল গগৈয়ে কয় – “মই যাতে বাহিৰলৈ ওলাব নোৱাৰো তাৰ বাবে ইটোৰ পিছত সিটোৰ গোচৰ লগাই থকা হৈছে। অসমবাসী ৰাইজক এই গোটেই কথা বিবেচনা কৰিবলৈ আহ্বান জনালো।”

আনহাতে ৰাইজৰ ভাল হওক বুলি কৈ অখিলে কয় “আমি বহুত কষ্টত আছো। মাতৃভূমি, মা আৰু ৰাইজক ভাল পোৱা বাবে কষ্ট খাই আছো।”

“অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালক অহা ৬ মাহলৈ মাহে ৬ হাজাৰ টকা চৰকাৰে প্ৰদান কৰিব লাগে।” চৰকাৰৰ প্ৰতি আহ্বান কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰৰ।

“ৰাজ্যত কৰ’ণা বাবে ক্ষতিগ্ৰস্ত কৃষকক ক্ষতিপূৰণ দিয়াৰ লগতে মাইক্ৰফাইনেন্চ কোম্পানীৰ ঋণসমূহ তেওঁলোকক পৰিশোধ কৰি দিব লাগে।”-এই আহ্বান ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সভাপতি নেতা বিতু সোনোৱালৰ৷

উল্লেখ কথা মাওবাদীৰে সম্পৰ্ক থকা গোচৰত অভিযুক্ত তিনি গৰাকীৰ কৃষক নেতাক কণ্ঠস্বৰ পৰীক্ষাৰ পিছত পুনৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হয়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd