• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অৰুণাচলৰ ডিবাং ভেলীত ২.৭ লাখ গছ কাটি ১১৫০.০৮ হেক্টৰ বন ভূমিত নিৰ্মাণ কৰা হ’ব হাইড্ৰ’ পাৱাৰ প্ৰকল্প

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2020 1:29 pm
MSTEoSLoAMnzDrmqRe0q7dL_xiksgu0lNlqpSKWorNk

প্ৰতিনিধিত্বমূলক ছবি, সৌজন্য- ইন্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ বন উপদেষ্টা কমিটি( FAC)এ জৈৱ-বৈচিত্ৰৰ উৰ্বৰ ভূমি হিমালয়ৰ ভৌগোলিক মণ্ডলৰ অৰুণাচল প্ৰদেশৰ ডিবাং ভেলীত এটা হাইড্ৰ’পাৱাৰ প্ৰকল্প নিৰ্মাণৰ বাবে সেউজ সংকেট প্ৰদান কৰিব।

উক্ত হাইড্ৰ’পাৱাৰ প্ৰকল্পৰ বাবে ডিবাং ভেলীৰ বৰ্ষাৰণ্যখনৰ ২.৭ লাখ গছ  কটা হ’ব যাৰ ভূমিৰ পৰিমাণ হৈছে ১১৫০.০৮ হেক্টৰ বন ভূমি।

Apply Now

‘প্ৰকল্পৰ সংক্ৰান্তত স্থানীয় লোকৰ মতামত এতিয়াও শুনা হোৱা নাই। কাইলৈ(মঙলবাৰে) FACএ স্থানীয় লোকৰ মতামত শুনিব।’ এইদৰে কয় বন বিভাগৰ পৰিদৰ্শন সঞ্চালক অঞ্জন মোহান্তীয়ে।

মঙলবাৰে FAC উপ কমিটিয়ে প্ৰতিবেদন দাখিল কৰাৰ পিছত ৩,০৯৭ মেগাৱাট এটালিন হাইড্ৰ’-ইলেক্ট্ৰিক প্ৰকল্পটো কিছুমান চৰ্তসাপেক্ষে সংৰক্ষিত বনাঞ্চলখনত নিৰ্মাণৰ বাবে অনুমোদন দিয়াৰ কথা।

FAC এ কয় যে উপ কমিটিৰ সাতজন সদস্যই উক্ত প্ৰকল্পৰ বাবে প্ৰয়োজনীয় ভূমিৰ সন্ধানত অহা অক্টোবৰত উক্ত অঞ্চলটো পুনৰ ভ্ৰমণ কৰিব। তেওঁলোকে প্ৰকল্পটোৰ বাবে প্ৰয়োজনীয় ভূমি সংকোচন কৰিব পাৰি নেকি তাৰো প্ৰচেষ্টা চলাব।

উল্লেখ্য যে, প্ৰকল্পটোৰ বাবে বৰ্ষাৰণ্যখনৰ বৃহৎ অংশ ভূমিৰ লগতে ইয়াৰ জৈৱ-বৈচিত্ৰ ক্ষতিগ্ৰস্ত হ’ব। আনকি বৃহৎ সংখ্যক গছ কটা যাব, যিয়ে সমগ্ৰ অঞ্চলটোৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি স্বৰূপ হৈ উঠিব।

যোৱা ফেব্ৰুৱাৰি মাহত উপ কমিটিৰ এটা দলে উক্ত অত্যন্ত পত্যন্ত অঞ্চলটো বিচাৰি উলিয়াইছিল যিটো অঞ্চলত এনে বৃহৎ প্ৰকল্প নিৰ্মাণৰ বাবে প্ৰকৃতিগত বৃহৎ সম্ভাৱনা আছে।

উপ কমিটিৰ মতে এটালিন হাইড্ৰ’-ইলেক্ট্ৰিক পাৱাৰ কোম্পানী, অৰুণাচল প্ৰদেশ হাইড্ৰ’ পাৱাৰ ডেভল’পমেন্ট কোৰপ’ৰেশ্যনৰ লগতে জিণ্ডাল পাৱাৰ লিমিটেড(JPL)এ ১১৬৫.৬৬ হেক্টৰ ভূমিৰ পৰা ১১৫০.০৮ হেক্টৰলৈ সংকোচিত কৰিছে।

আনহাতে উক্ত প্ৰকল্পৰ বাবে কাটিবলগীয়া গছৰ পৰিমাণ ৩ লাখৰ পৰা ২.৭ লাখলৈ সংকোচিত কৰা হৈছে।

ৱাইল্ড লাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়া(WII)ৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে ৪১৩ বিধ উদ্ভিদ, ১৫৯ বিধ পখিলা, ১১৩ বিধ মকৰা জাতীয় কীট, ১৪ বিধ উভচৰ প্ৰাণী, ৩১ সৰীসৃপ, ২৩০ বিধ পক্ষী আৰু ২১ স্তন্যপ্ৰায়ী প্ৰাণীৰ আৱাস ভূমি হৈছে উক্ত বৰ্ষাৰণ্যখন।

কোম্পানীটোৱে ডিবাং বৰ্ষাৰণ্যৰ টাংগং আৰু ড্ৰি নদীৰ সংগমস্থলত উক্ত প্ৰকল্পটো নিৰ্মাণ কৰাৰ কথা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd