• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় য়ুজাৰৰ বাবে ৰিলায়েন্স জিঅ’ৰ নতুন JioMeet ভিডিঅ’ কনফাৰেন্সিং প্লেটফৰ্মৰ ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2020 8:17 pm
Mukesh-Ambani-1140x570
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিলায়েন্স জিঅ’ই বৃহস্পতিবাৰে ২০১৯-২০ বিত্তীয় বৰ্ষৰ চতুৰ্থ কোৱাৰ্টাৰৰ আয়ৰ প্ৰতিবেদন প্ৰকাশ কৰিছে। টেলিকম সংস্থাটোৱে জানিবলৈ দিয়া মতে এই কোৱাৰ্টাৰত ২৪ মিলিয়ন নতুন ছাৱস্ক্ৰাইবাৰ সংযোগ ঘটাবলৈ সক্ষম হৈছে।

ৰিলায়েন্স জিঅ’ই কোভিড-১৯ৰ বাবে চলি থকা লকডাউনৰ সময়ছোৱাত সংযোগৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বৃদ্ধি ঘটাবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰিছে।

Apply Now

কোম্পানীটোৱে লগতে ভাৰতীয় ব্যৱহাৰকাৰীসকলৰ (য়ুজাৰ) বাবে এক নতুন JioMeet ভিডিঅ’ কনফাৰেন্সিঙ প্লেটফৰ্মৰ ঘোষণাও কৰে।

কোম্পানীটোৱে ব্যৱহাৰকাৰীৰ ৰাজহকে ধৰি ইয়াৰ অপাৰেশ্যনৰ পৰাই অকল ১৪,৮৩৫কোটি টকাৰ ৰাজহ আহৰণ কৰিছে।

ৰিলায়েন্স জিঅ’ই সদৰী কৰিছে যে উক্ত কোৱাৰ্টাৰৰ সময়ছোৱাত ইয়াৰ মুঠ ৱায়াৰলেছ ডাটা ট্ৰেফিক হৈছে ১,২৮৪কোটি জিবি।সেইদৰে এই সময়ছোৱাত মুঠ ভইচ ট্ৰেফিক হৈছে ৮৭,৬৩৪কোটি মিনিট।

প্ৰতি মাহে প্ৰতিজন য়ুজাৰৰ গড় ডাটা ব্যৱহাৰ আছিল ১১.৩ জিবি আৰু গড় ভইচ কলৰ ব্যৱহাৰ প্ৰতিজন য়ুজাৰৰ বিপৰীতে ৭৭১মিনিট।

কোম্পানীটোৰ খতিয়ান দাঙি ধৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানিয়ে কয়,’’ আমি এই কঠিন সময়ছোৱাত আমাৰ গ্ৰাহকসকলৰ বাবে সংযোগ তথা অপাৰেশ্যন সহজতৰ কৰি তুলিবলৈ পাই আনন্দিত হৈছো। প্ৰতিজন জিঅ’ৰ কৰ্মচাৰীয়ে গ্ৰাহকেই প্ৰথম বুলি ভাৱিবলৈ শিকিছে আৰু ইয়াৰ ফলশ্ৰুতিতে আমি গ্ৰাহকৰ পৰা সঁহাৰি লাভ কৰি বৰ্তমান প্ৰায় ৪০ কোটি ভাৰতীয়ক সেৱা আগবঢ়াইছো। জিঅ’ই ভাৰতত ডিজিটেল বিপ্লৱৰ নেতৃত্ব অব্যাহত ৰাখিব আৰু আমাৰ সেৱাৰ আন্তৰিক গ্ৰহণযোগ্যতাই আমাক প্ৰতিদিনে উন্নত সেৱাৰ বাবে উৎসাহিত কৰিব।‘’

উল্লেখযোগ্য যে জিঅ’ই ইয়াৰ বিকাশৰ ধাৰা অব্যাহত ৰাখি শেহতীয়াকৈ বিশ্বৰ বৃহত্তম ডিজিটেল কোম্পানী ফেচবুকৰ সৈতে এক পাৰ্টনাৰশ্বিপত আৱদ্ধ হৈছে।

আম্বানিয়ে কয়,‘’আমাৰ দৃষ্টি আছে ভাৰতৰ ৬০ মিলিয়ন ক্ষুদ্ৰ, সৰু আৰু মজলীয়া ব্যৱসায়, ১২০ মিলিয়ন কৃষক, ৩০ মিলিয়ন ক্ষুদ্ৰ ব্যৱসায়ী আৰু নিযুত সংখ্যক অসংগঠিত খণ্ডৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীসকলৰ ওপৰত।‘’

৪৩,৫৭৪ কোটি টকাৰে জিঅ’ প্লেটফৰ্মৰ ৯.৯৯% শ্বেয়াৰ ফেচবুকে গ্ৰহম কৰাৰ পাছতেই  ৰিলায়েন্স জিঅ’ৰ এই আয়ৰ প্ৰতিবেদন প্ৰকাশ পাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd