• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিটিচিৰ ১০০০ কোটি টকীয়া কেলেংকাৰীৰ অভিযোগ; উভতি ধৰিলে বিপিএফে

ৰিণয় বসুমতাৰী by ৰিণয় বসুমতাৰী
May 4, 2020 9:41 am
11.6k
VIEWS
Share on FacebookShare on Twitter

য়ুপিপিএলৰ কেন্দ্ৰীয় কমিটিৰ সদস্য পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে হাগ্ৰামা মহিলাৰীৰ কাৰ্যকালত বিটিচিত ১০০০ কোটি টকাৰ কেলেংকাৰী হোৱা বুলি অনা অভিযোগৰ এদিন পিছতে দেওবাৰে বিপিএফে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে।

বিপিএফৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ধনেশ্বৰ গয়াৰীয়ে কালি পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে অনা অভিযোগৰ সন্দৰ্ভত তীব্ৰ প্ৰকাশ কৰি ‘কেৱল ৰাজ্যপাল নহয় তাতকৈ ওপৰৰ তদন্ত কৰিলেও মই সাঁজু’ বুলি কয়।

উল্লেখযোগ্য যে যোৱা শনিবাৰে মেচে বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰী, প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম আৰু ধনেশ্বৰ গয়াৰীৰ লগতে কেইগৰাকীমান ঠিকাদাৰ বিৰুদ্ধে ১০০০ কোটি টকা ধন আত্মসাৎৰ অভিযোগ আনি ৰাজ্যপালৰ তদন্তৰ দাবী জনাইছিল।

লগতে পঢ়ক বিটিচিত ১০০০কোটি টকাৰ বৃহৎ কেলেংকাৰীৰ অভিযোগ আৰ টি আই কৰ্মীৰ

মেচে অনা অভিযোগ সম্পূৰ্ণ মিছা বুলি উল্লেখ কৰি গয়াৰীয়ে কয় যে এইক্ষেত্ৰত চিবিআই বা যিকোনো উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে তেওঁ আৰু তেওঁৰ দল সাজু আছে।

ইপিনে য়ুপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে মেচে অনা অভিযোগৰ সমৰ্থনত ফেচবুক প’ষ্টৰ জৰিয়তে সমগ্ৰ বিষয়টো তদন্ত কৰি দোষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ ৰাজ্যপাল জগদীশ মুখীক আহ্বান জনাইছিল।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd