• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লকডাউনত অসমৰ চাহ উদ্যোগে লোকচান কৰিলে ৬০০ কোটি টকা : চন্দ্ৰমোহন পাটোৱাৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 6, 2020 5:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ সময়ছোৱাত অসমৰ চাহ উদ্যোগে ৬০০ কোটি টকা লোকচান কৰিলে বুলি আজি জনতা ভৱনত সংবাদমেল সম্বোধন কৰি উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে স্বীকাৰ কৰে।

‘চাহৰ উৎপাদন বহু পৰিমাণে কমি গৈছে এই বৰ্ষত। চাহৰ এটা চিজন খেতিয়কসকলে নষ্ট কৰিলে। এইবাৰ ১হাজাৰ কোটি টকা লোকচান হৈছে। লকডাউনৰ সময়ছোৱাত অসমত ৬০০ কোটি টকা লোকচান হয়।‘ তেওঁ কয়।

Apply Now

মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি ‘২০১৯ চনত ভাৰতত চাহ উৎপাদন হৈছিল ৭১৫.৪৯ মিলিয়ন কিঃ গ্ৰাঃ চাহ উৎপাদন হৈছিল। ভাৰতৰ মুঠ চাহ উৎপাদনৰ ৫১.৫১ মিলিয়ন কিঃ গ্ৰাঃ অসমে অকলে উৎপাদন কৰে।‘

ইপিনে, চাহ উদ্যোগৰ মালিকক উদ্যোগ চলোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক দিবলগীয়া ফিক্সড চাৰ্জৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে বুলি তেওঁ কয়।

আন এক প্ৰসংগ উত্থাপন কৰি পাটোৱাৰীয়ে কয় ‘আমেৰিকা, জাপান আৰু কোৰিয়াৰ বহু প্ৰতিষ্ঠানে চীনৰ পৰা তেওঁলোকৰ উৎপাদন কেন্দ্ৰ ভাৰতলৈ স্থানান্তৰ কৰিব বিচাৰিছে বুলি চৰ্চিত হৈছে’।

এই প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ উৎপাদন কেন্দ্ৰ অসমলৈ স্থানান্তৰ কৰিবলৈ উদগনি দিয়াৰ উদ্দেশ্যে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন দপ্তৰৰ উপৰি বিভিন্ন সংস্থাৰ সৈতে আলোচনা চলাই আছে বুলি মন্ত্ৰী পাটোৱাৰীয়ে কয়।

আলোচনা চলাই বিভাগসমূহ হৈছে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য প্ৰসাৰ বিভাগ, ইনভেষ্ট ইণ্ডিয়া, জাপান এক্সটাৰ্নেল ট্ৰেড অৰ্গেনাইজেশ্যন, ইউ এছ ইণ্ডিয়া বিজনেছ কাউন্সিল আৰু ইউ এছ চেম্বাৰ অৱ কমাৰ্চ।

‘উদ্যোগ আৰু বাণিজ্য বিভাগে জাপানৰ উদ্যোগৰ বিনিয়োগ আকৰ্ষণ কৰিব বাবে অসমত এখন জাপানী ঔদ্যোগিক নগৰ স্থাপনৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ডিপাৰ্টমেন্ট ফৰ প্ৰমোচন অৱ ইণ্ডাষ্ট্ৰী এণ্ড ইন্টাৰ্নেল ট্ৰেড আৰু জাপান এক্সটাৰ্নেল ট্ৰেড অৰ্গেনাইজেশ্যনৰ সৈতে ৰাজ্য চৰকাৰে আলোচনা কৰিছে।‘ মন্ত্ৰীগৰাকীয়ে কয়।

ইপিনে লকডাউনৰ মাজতে বহিঃৰাজ্যৰ পৰা ৪৫২ খন ট্ৰেইনত অসমলৈ খাদ্য সামগ্ৰী অনা হ’ল বুলি চন্দ্ৰমোহন পাটোৱাৰীয়ে জানিবলৈ দিয়ে।

তেওঁ কয় ‘৫ লাখ মেট্ৰিকটন চাউল ইতিমধ্যে এই ট্ৰেইনৰে আহিছে। অসমৰ বাবে এইটো অল টাইম ৰেকৰ্ড। পৰিবহণ বিভাগে মুঠ ৩৯ হাজাৰ শ্ৰমিক চাউল-দালিকে ধৰি অন্যান্য খাদ্য সামগ্ৰী ৰেইলসমূহৰ পৰা নমাবলৈ ব্যৱহাৰ কৰিছে। অসমৰ বিভিন্ন ঠাইলৈ এই সামগ্ৰীসমূহ ৫৩ হাজাৰ ট্ৰাকৰে কঢ়িয়াই নিয়াৰ ব্যৱস্থা কৰা হৈছে।’

ইয়াৰোপৰি, লকডাউনৰ সময়ছোৱাত সমগ্ৰ ৰাজ্যতে স্বাস্থ্য কৰ্মী আৰু আৰক্ষীৰ লোকক কঢ়িয়াবৰ বাবে ২৮৩ খন বাছ অসম পৰিবহন নিগমে যোগান ধৰিছে বুলিও তেওঁ সংবাদমেলত কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd